• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাৰাষ্ট্ৰত শপত গ্ৰহণ, কোন হ’ব উপ-মুখ্যমন্ত্ৰী ?

Nation NE by Nation NE
December 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সিণ্ডে নে ফাড়নৱিছ, কোন হ’ব মুখ্যমন্ত্ৰী? মহাৰাষ্ট্ৰৰ ৰাজনীতিত মাত্ৰ এগৰাকী ব্যক্তিয়েই হ’ব CM MAKER
Share on FacebookShare on TwitterWhatsApp

একনাথ সিণ্ডে হ’ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ পি ডব্লিউ ডি মন্ত্ৰালয়ো লাভ কৰিছে। আজি অৰ্থাৎ আজাদ ময়দানত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত শপত গ্ৰহণ কৰিব সিণ্ডেয়ে।

সিণ্ডেৰ উপৰিও অজিত পাৱাৰেও উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বুধবাৰে, সংবাদমেলত শিৱসেনাৰ মুৰব্বী একনাথ সিণ্ডেকো শপত গ্ৰহণ সন্দৰ্ভত এক প্ৰশ্ন উত্থাপন কৰা হয়।

একনাথ সিণ্ডে মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী। বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল শেষ হোৱাৰ পিছতে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। নতুন চৰকাৰ গঠনৰ আগলৈকে ৰাজ্যপালে তেওঁক ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে লৈছিল।

শিৱসেনাৰ নৱনিৰ্বাচিত বিধায়কসকলে বুধবাৰে দলৰ সভাপতি একনাথ সিণ্ডেক সাক্ষাৎ কৰি বিজেপি নেতা দেৱেন্দ্ৰ ফড়নাৱিশৰ নেতৃত্বত গঠন হ’বলগীয়া মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। দলৰ বিধায়কসকলে কয় যে, বিগত দুদিন ধৰি তত্বাৱধায়ক মুখ্যমন্ত্ৰী সিন্দেক সাক্ষাৎ কৰি নতুন চৰকাৰত অংশ হ’বলৈ পতিয়ন নিয়াইছে।

দলৰ বিধায়ক ভাৰত গোগাভালে কয় যে, তেওঁলোকে সিণ্ডেক নতুন চৰকাৰত অংশ হ’বলৈ অনুৰোধ জনাইছে, কিয়নো ইয়াৰ দ্বাৰা দল আৰু চৰকাৰ উভয়ে উপকৃত হ’ব। তেওঁলোকে আশা কৰে যে, তেওঁ এই অনুৰোধক সন্মান জনাব। ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত শিৱসেনাই ৫৭খন আসন লাভ কৰাৰ পাছতো দলৰ মুৰব্বী সিণ্ডে উপ-মুখ্যমন্ত্ৰী হোৱাৰ বাবে বিশেষ আগ্ৰহী নহয়।

বুধবাৰে সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে ফড়নাৱিশ নিৰ্বাচিত হোৱাৰ কিছু সময়ৰ পাছতে শাসকীয় মহাযুটি মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে। বিধান ভৱনত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিজয় ৰূপানীয়ে ঘোষণা কৰে যে ফড়নাৱিশ (৫৪) সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে।

বিজেপি নেতা প্ৰসাদ লাডে কয় যে প্ৰায় ৪২ হাজাৰ লোকে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ কয়, প্ৰধানমন্ত্ৰী মোডী, ৯ৰ পৰা দহজন কেন্দ্ৰীয় মন্ত্ৰী আৰু ১৯গৰাকী মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

তেওঁ কয় যে, ৪০ হাজাৰ বিজেপি সমৰ্থকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন ধৰ্মৰ নেতাকে ধৰি দুহেজাৰ অতি গুৰুত্বপূৰ্ণ ব্যক্তি (ভিভিআইপি)ৰ বাবে সুকীয়াকৈ আসনৰ ব্যৱস্থা কৰা হৈছে। এজন বিষয়াই জনোৱা মতে, শপতগ্ৰহণৰ সময়ত নিৰাপত্তাৰ বাবে ৪ হাজাৰৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে। বিষয়াগৰাকীয়ে কয় যে নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে কমেও ৩৫০০ আৰক্ষী আৰু ৫২০জন বিষয়া নিয়োগ কৰা হৈছে।

Tags: Chief ministerIndiaMaharastra

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025