• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সিণ্ডে নে ফাড়নৱিছ, কোন হ’ব মুখ্যমন্ত্ৰী? মহাৰাষ্ট্ৰৰ ৰাজনীতিত মাত্ৰ এগৰাকী ব্যক্তিয়েই হ’ব CM MAKER

Nation NE by Nation NE
November 27, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সিণ্ডে নে ফাড়নৱিছ, কোন হ’ব মুখ্যমন্ত্ৰী? মহাৰাষ্ট্ৰৰ ৰাজনীতিত মাত্ৰ এগৰাকী ব্যক্তিয়েই হ’ব CM MAKER
Share on FacebookShare on TwitterWhatsApp

২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মহাযুতীৰ দৰ্শনীয় বিজয়ৰ পিছত মুখ্যমন্ত্ৰীৰ নামক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই বৃহৎ মিত্ৰতাত সৰ্বাধিক আসন লাভ কৰা দলসমূহ হ’ল- ভাৰতীয় জনতা পাৰ্টি (বিজেপি), একনাথ সিণ্ডেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি।

গতিকে এইটো স্পষ্ট হৈ উঠিছে তেওঁলোকৰ মাজৰ কোনোবা এজনেই মুখ্যমন্ত্ৰী হ’ব। অৱশ্যে বৰ্তমান মুখ্যমন্ত্ৰী পদৰ বাবে দুগৰাকী প্ৰতিদ্বন্দ্বী আছে – বিজেপিৰ দেৱেন্দ্ৰ ফাড়নৱিছ আৰু শিৱসেনাৰ একনাথ সিণ্ডে। এনে পৰিস্থিতিত অজিত পাৱাৰে মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰাৰ ক্ষেত্ৰত চি এম মেকাৰৰ ভূমিকা পালন কৰিব পাৰে।

মহাযুতীৰ মুঠ ২৩৫খন আসনৰ ভিতৰত বিজেপিয়ে ১৩২খন, শিৱসেনাই ৫৭খন আৰু এনচিপিয়ে ৪১খন আসন লাভ কৰে। এই নিৰ্বাচনী পৰিসংখ্যাবোৰলৈ চালে শিৱসেনা আৰু এন চি পি অবিহনে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে।

চৰকাৰ গঠন কৰিবলৈ হ’লে ১৪৫ৰ যাদুকৰী সংখ্যাৰ প্ৰয়োজন হয়।আনহাতে শিৱসেনা আৰু এন চি পিয়ে একেলগে একো কৰিব নোৱাৰিব, কাৰণ একেলগে তেওঁলোকে মাত্ৰ ৯৮ খন আসনহে সংযোজন কৰিব পাৰিব। অৱশ্যে অজিত পাৱাৰে নিজৰ স্থিতি স্পষ্ট কৰি দিছে যে, দেৱেন্দ্ৰ ফড়নৱিছ মুখ্যমন্ত্ৰী হ’লে তেওঁৰ কোনো সমস্যা নাই।

প্ৰাক্তন মন্ত্ৰী তথা শিৱসেনাৰ কাৰ্যকৰ্তা ৰামদাস কদমে মঙলবাৰে অৰ্থাৎ ২৬ নৱেম্বৰ, ২০২৪ ত কয় যে, অজিত পাৱাৰৰ বাবেই গ্ৰেণ্ড মিত্ৰতাত মুখ্যমন্ত্ৰী পদৰ বাবে দাবী উত্থাপন কৰাৰ শিৱসেনাৰ ক্ষমতা হ্ৰাস পাইছে। কাৰণ এন চি পিৰ মুৰব্বীয়ে দেৱেন্দ্ৰ ফাড়নৱিছ মুখ্যমন্ত্ৰী বুলি হোৱাত তেওঁৰ কোনো আপত্তি নাই।

সোমবাৰে মহাযুতিত অনুষ্ঠিত হোৱা বৈঠকৰ পাছত যেন অজিত পাৱাৰে দেৱেন্দ্ৰ ফড়নৱিছৰ নেতৃত্বত পুনৰবাৰ উপ মুখ্যমন্ত্ৰীৰ পদ ল’বলৈ সাজু হৈছে। ঠিক যেনেকৈ ২০১৯ চনৰ নিৰ্বাচনত ঘটিছিল। কিন্তু ৮০ ঘণ্টাৰ ভিতৰতে বিজেপি চৰকাৰৰ পতন ঘটে। দ্বিতীয়তে, অজিত পাৱাৰে বিবেচনা কৰিব পাৰে যে, যদি একনাথ সিণ্ডে মুখ্যমন্ত্ৰী হয়, তেন্তে আসনৰ পাৰ্থক্যৰ বাবে তেওঁ এন চি পিৰ বাবেও বিজেপিৰ দৰেই একেটা পদৰ দাবী কৰিবলৈ সক্ষম হ’ব।

Tags: Chief ministerElectionMaharashtra

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025