• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পথৰ কাষত ৰখাই থোৱা ডাম্পাৰত প্ৰচণ্ড খুন্দা বাছৰ; ৯ জনৰ মৃত্যু, ২১ গৰাকী আহত

      Nation NE by Nation NE
      September 30, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      পথৰ কাষত ৰখাই থোৱা ডাম্পাৰত প্ৰচণ্ড খুন্দা বাছৰ; ৯ জনৰ মৃত্যু, ২১ গৰাকী আহত
      Share on FacebookShare on TwitterWhatsApp

      মধ্যপ্ৰদেশৰ মাইহাৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাছে ডাম্পাৰত খুন্দিওৱাৰ ফলত ৬ জন লোকৰ থিতাতে কৰুণ মৃত্যু হয়। উদ্ধাৰকাৰী দলে বাছখনৰ ভিতৰত আবদ্ধ হৈ থকা মৃতদেহ সমূহৰ লগতে আহত যাত্ৰীসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

      চিকিৎসাৰ সময়ত গুৰুতৰভাৱে আহত তিনিজন লোকৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰায় ২১ জন লোক আহত হৈছে।

      তথ্য অনুসৰি মাইহাৰ জিলাৰ নাদান দেহাত থানা এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা। য’ত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা ডাম্পাৰ এখনত খুন্দা মাৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে বাছখনৰ গতিবেগ বেছি আছিল যাৰ বাবে চালকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।

      ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে মাইহাৰ জিলাৰ আৰক্ষী অধীক্ষককে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকল সেই স্থানত উপস্থিত হৈ আহত যাত্ৰীসকলক মাইহাৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি কেইবাগৰাকীও যাত্ৰী ইয়াত চিকিৎসাধীন হৈ আছে।

      জানিব পৰা মতে বাছখন প্ৰয়াগৰাজৰ পৰা নাগপুৰলৈ গৈ আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাছখনৰ ভিতৰত আবদ্ধ হৈ থকা মৃতকৰ মৃতদেহ জেচিবি কাটাৰৰ জৰিয়তে উলিয়াই অনা হয়। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট কৰা হৈছে।

      Tags: #AccidentBus AccidentMadhya Pradesh

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      September 8, 2025
      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      September 7, 2025
      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই
      BIG BREAKING

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      September 7, 2025
      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      September 6, 2025

      শীৰ্ষ সংবাদ

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist