• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      “উন্নত ভাৰতৰ ভেটি শক্তিশালী হৈ উঠিছে”- মন কি বাতত প্ৰধানমন্ত্ৰী মোদী

      Nation NE by Nation NE
      August 25, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      “উন্নত ভাৰতৰ ভেটি শক্তিশালী হৈ উঠিছে”- মন কি বাতত প্ৰধানমন্ত্ৰী মোদী
      Share on FacebookShare on TwitterWhatsApp

      প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১বজাত মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। এইটো ‘মন কি বাত’ অনুষ্ঠানৰ ১১৩ তম খণ্ড। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতি মাহৰ শেষ দেওবাৰে ‘মন কি বাত’ অনুষ্ঠিত কৰে আৰু দেশৰ জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰে।

      আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে, বৰ্তমান উন্নত ভাৰতৰ ভেটি শক্তিশালী হৈ উঠিছে। বিগত বৰ্ষত সমগ্ৰ দেশৱাসীয়ে চন্দ্ৰযান-৩ৰ সফলতা উদযাপন কৰিছে।

      ২৩ আগষ্ট শুকুৰবাৰে, দেশত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস অনুষ্ঠিত কৰা হৈছিল। মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা যুৱচাম লাভান্বিত হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

      প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘হৰ ঘৰ তিৰংগা’ আৰু ‘পুৰা দেশ তিৰংগা’ এই অভিযান এইবাৰ সম্পূৰ্ণ শিখৰত আছিল। এই অভিযানৰ সৈতে সম্পৰ্কিত আশ্চৰ্যজনক ছবিবোৰ দেশৰ প্ৰতিটো কোণৰ পৰা ওলাই আহিছে।এই অভিযানে সমগ্ৰ দেশক এক কৰি ৰাখিছে আৰু এইটোৱেই হৈছে ‘এক ভাৰত – শ্ৰেষ্ঠ ভাৰত’।

      প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, স্বাধীনতা সংগ্ৰামৰ সময়তো সমাজৰ প্ৰতিটো ক্ষেত্ৰৰ পৰা যথেষ্ট সংখ্যক লোক আগবাঢ়ি আহিছিল, যাৰ কোনো ৰাজনৈতিক পৃষ্ঠভূমি নাছিল। চলিত বৰ্ষত তেওঁ ৰাজনৈতিক পৃষ্ঠভূমি নোহোৱা এক লাখ যুৱক-যুৱতীক লালকিল্লাৰ পৰা ৰাজনৈতিক ব্যৱস্থাত যোগদান কৰিবলৈ আহ্বান জনায়।

      এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে কয় যে, একবিংশ শতিকাত ভাৰতত এনে বহুতো ঘটনা ঘটিছে যিয়ে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰি আছে। ২৩ আগষ্টত দেশে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিছে। বিগত বৰ্ষত এই দিনটোতে চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰৰ দক্ষিণ অংশৰ শিৱ-শক্তি বিন্দুত অৱতৰণ কৰিছিল। এই গৌৰৱান্বিত সাফল্য অৰ্জন কৰা ভাৰত বিশ্বৰ প্ৰথম খন দেশ হৈ পৰিছে।

      Tags: #AssamIndiaMann KI BaatNarendra ModiPrime Minister

      Related Posts

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
      Top News

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      June 7, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025

      শীৰ্ষ সংবাদ

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist