• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপাৰেশ্যন সিন্দুৰৰ পিছতেই সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ল দেশৰ ১৮টা বিমানবন্দৰ

Nation NE by Nation NE
May 7, 2025
in Top News
0 0
অপাৰেশ্যন সিন্দুৰৰ পিছতেই সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ল দেশৰ ১৮টা বিমানবন্দৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত মঙলবাৰে নিশা ভাৰতীয় সেনাই ‘অপাৰেশ্যন সিন্দুৰ’ৰ জৰিয়তে পাকিস্তানৰ ৯টা ঘাটিত আক্ৰমণ সংঘটিত কৰে। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা যুদ্ধসৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে কিছু অঞ্চলত আকাশমাৰ্গত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিছে।

ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়াই পুৱা ৫:৩০ বজালৈকে বহু বিমান সেৱা বাতিল কৰিছে। বিশেষকৈ উত্তৰ ভাৰতৰ বহু বিমানবন্দৰত এই নিষেধাজ্ঞাৰ প্ৰভাৱ দেখা গৈছে।

দেশৰ ১৮টা বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। তাৰ ভিতৰত জম্মু, শ্ৰীনগৰ, লেহ, যোধপুৰ, অমৃতসৰ, ভূজ, চণ্ডীগড়, পাঠানকোট, যোধপুৰ, জয়ছলমেৰ, শিমলা, ধৰ্মশালা, জামনগৰ, নন্দেড়, কিশানগড়, আদমপুৰ, হিণ্ডন আৰু ৰাজকোট বিমানবন্দৰ।

১৬৫ খনতকৈও অধিক ইণ্ডিগ’ৰ বিমান বাতিল

অমৃতসৰ, বিকানেৰ, চণ্ডীগড়, ধৰ্মশালা, গোৱালিয়ৰ, জম্মু, যোধপুৰ, কিশানগড়, লেহ, ৰাজকোট, শ্ৰীনগৰ আদি চহৰৰ পৰা বিমান পৰিবহণ ব্যাহত হোৱা বুলি এয়াৰলাইন্স ইণ্ডিগ’ই যাত্ৰীসকলক অৱগত কৰিছে। এই সকলোবোৰ বিমান ১০ মে’ৰ পুৱা ৫:২৯ বজালৈকে বাতিল কৰা হৈছে।

ইণ্ডিগো এয়াৰলাইন্সে যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে ৱেবছাইট (www.goindigo.in) বা মোবাইল এপত বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। যিসকল যাত্ৰীৰ বিমান বাতিল হয় তেওঁলোকে কোনো অতিৰিক্ত চাৰ্জ নোলোৱাকৈ পৰৱৰ্তী উপলব্ধ বিমানত যাত্ৰাৰ সময় নিৰ্ধাৰণ কৰিব পাৰিব বা বুকিং বাতিল কৰিলে সম্পূৰ্ণ ধন ঘূৰাই পাব।

Tags: Air SpaceOperationOperation SindoorPahalgam Incident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025