• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, September 7, 2025
30 °c
Guwahati
30 ° Mon
29 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভুক্তভোগীলৈ ফুল দি বিবাহৰ প্ৰস্তাৱ, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে শাস্তি

      Nation NE by Nation NE
      May 16, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ভুক্তভোগীলৈ ফুল দি বিবাহৰ প্ৰস্তাৱ, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে শাস্তি
      Share on FacebookShare on TwitterWhatsApp

      ১৫ মে’ত উচ্চতম ন্যায়ালয়ে অপকৰ্ম সংঘটিত কৰা এজন দোষীৰ শাস্তি স্থগিত ৰাখিছে। ইয়াৰ কাৰণ হ’ল দোষীয়ে ভুক্তভোগীলৈ বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়।

      ন্যায়াধীশ বি ভি নাগাৰথ্না আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে দম্পতীহালক আদালতৰ ভিতৰত ইজনে সিজনক ফুল দিবলৈ কয়। ইয়াৰ পিছতে দুয়োজনে ইজনে সিজনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

      ব্যক্তিজনৰ শাস্তি স্থগিত ৰখাৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে তেওঁলোক (অপকৰ্ম সংঘটন কৰা দোষী আৰু ভুক্তভোগী)য়ে ইজনে সিজনক চিৰদিনৰ বাবে আপোন কৰি ল’বলৈ সাজু। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে দোষীৰ শাস্তি স্থগিত ৰাখে।

      ৬ মে’ৰ নিৰ্দেশ অনুসৰি আজি এই আদালতত হাজিৰ হ’ল দোষীক। তেওঁক পুনৰ জেললৈ প্ৰেৰণ কৰি অতি সোনকালে সংশ্লিষ্ট অধিবেশন আদালতত হাজিৰ কৰা হ’ব।

      উল্লেখ্য যে, ২০২১ চনত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছিল। কিয়নো ২০১৬ চনৰ পৰা ২০২১ চনলৈ বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি ভুক্তভোগীৰ সৈতে বাৰে বাৰে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। এফআইআৰৰ মতে, ফেচবুকৰ জৰিয়তে দুয়োৰ চিনাকি হৈছিল। তাৰ পিছতেই তেওঁলোকৰ মাজত এক সম্পৰ্ক গঢ় লৈ উঠিছিল। অভিযোগ অনুসৰি প্ৰতিবাৰেই ভুক্তভোগীক বিবাহৰ আশ্বাস দিছিল।কিন্তু পিছত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি উঠি বিয়া পিছুৱাই আছিল।

      Tags: marriage proposalSupreme Courtvictim

      Related Posts

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      September 7, 2025
      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই
      BIG BREAKING

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      September 7, 2025
      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      September 6, 2025
      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

      শীৰ্ষ সংবাদ

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist