• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
27 °c
Guwahati
27 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মেক্সিকোত পথ দুৰ্ঘটনা, ৮জনৰ প্ৰাণহানিৰ লগতে ২৭জন আহত

Nation NE by Nation NE
December 28, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মেক্সিকোত পথ দুৰ্ঘটনা, ৮জনৰ প্ৰাণহানিৰ লগতে ২৭জন আহত
Share on FacebookShare on TwitterWhatsApp

মেক্সিকোৰ উপসাগৰীয় উপকূলৰ সমীপত এখন ট্ৰাক আৰু বাছৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ হয়। তাত উপস্থিত থকা লোকসকল এই ঘটনাত যথেষ্ট স্তম্ভিত হৈ পৰে।এই ঘটনাৰ পিছতে বহুতৰে থিতাতে প্ৰাণহানি হয়।

এই ঘটনাৰ পিছতে বাছৰ ভিতৰত বহি থকা একাংশ লোকে নামিবলৈ চেষ্টা কৰে, যদিও বহুতেই বেয়াকৈ আহত হয়।

এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৭ জন লোক আহত হয়। ভেৰাক্ৰুজ ৰাজ্যৰ বিষয়াসকলে জনোৱা অনুসৰি, ৰাজ্যখনৰ ৰাজধানী জালপাৰ সমীপত পুৱাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।

এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা অধিকাংশ যাত্ৰী আহত হয়।এই দূৰ্ঘটনাত নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী পুৰুষ, চাৰিগৰাকী মহিলা আৰু এগৰাকী কন্যা। আৰক্ষী বিষয়াৰ মতে, দুৰ্ঘটনাত আহত ২৭ জন লোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তেওঁলোকক বৰ্তমান চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ উন্নতি সন্দৰ্ভত কোনো তথ্য প্ৰকাশ হোৱা নাই। ইয়াৰে অধিকাংশই ADO-Line বাছত যাত্ৰা কৰা যাত্ৰী। বৰ্তমান সময়ত এই ঘটনাৰ আঁৰৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে এই দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে। মূলতঃ পাহাৰীয়া অঞ্চলৰ পথত বহু বিপদজনক বাটৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কোৱা হয়।

Tags: #AccidentInternationalMaxico

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025