• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মিছন ২০৪৭: তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ কাৰ্যসূচী সন্দৰ্ভত দিল্লীত ৫ ঘণ্টীয়া বৈঠক

Nation NE by Nation NE
August 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মিছন ২০৪৭: তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ কাৰ্যসূচী সন্দৰ্ভত দিল্লীত ৫ ঘণ্টীয়া বৈঠক
Share on FacebookShare on TwitterWhatsApp

২৮ আগষ্ট, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰী পৰিষদৰ এখন বৈঠকত মহিলাৰ সমস্যা আৰু নীতি ৰূপায়ণৰ বিষয়ে আলোচনা কৰে। দিল্লীৰ সুষমা স্বৰাজ ভৱনত ৫ ঘণ্টা ধৰি চলি থকা বৈঠকত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ কাৰ্যসূচীত হোৱা অগ্ৰগতিৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে।

পশ্চিম বংগ, মহাৰাষ্ট্ৰ আৰু দেশৰ বিভিন্ন অংশত মহিলাৰ ওপৰত সংঘটিত অত্যাচাৰৰ ঘটনাৰ পটভূমিত এই বৈঠক অনুষ্ঠিত কৰা হয়।

এই বৈঠকত মহিলা, দৰিদ্ৰ লোক, যুৱ আৰু কৃষকসকলৰ বিকাশৰ বাবে ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য’ত বিভিন্ন চৰকাৰী বিভাগৰ সচিবসকলেও অংশগ্ৰহণ কৰে। এই বৈঠকৰ মুল লক্ষ্য আছিল নতুন আন্তঃগাঁথনি প্ৰকল্পকে ধৰি চৰকাৰ শাসনলৈ অহাৰ পিছত লোৱা নতুন আঁচনি আৰু নীতিগত সিদ্ধান্তৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বিয়পোৱা।

১০০ দিনৰ কাৰ্যসূচীৰ ওপৰত আলোচনা

মন্ত্ৰী পৰিষদৰ এই বৈঠকত মিছন-২০৪৭ ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে সংকল্প লয় যে, দেশখন উন্নত কৰিব লাগিব আৰু আমি সকলোৱে দ্ৰুত গতিত আগবাঢ়িব লাগিব। ইয়াৰ লগতে তেওঁ অহা ১০০ দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ কল্যাণমূলক আঁচনিসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আৰু ইয়াৰ বাবে এক পথ মানচিত্ৰ প্ৰস্তুত কৰিবলৈ কয়।

এই বৈঠকত উন্নয়নৰ পৰিকল্পনাৰ ওপৰত বিতং আলোচনা অনুষ্ঠিত হয়। “উন্নত ভাৰত ২০৪৭” ৰ লক্ষ্য প্ৰাপ্তিৰ ওপৰতো বিশেষ আলোচনা কৰা হৈছিল।

বৈঠকত সামাজিক, ডিজিটেল আৰু কাৰিকৰী বিষয়ৰ সৈতে সম্পৰ্কিত মন্ত্ৰালয়সমূহৰ ওপৰত গুৰুত্ব সম্পৰ্কত প্ৰজেক্ট উপস্থাপন কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে, ৰাইজৰ হকে কাম কৰাৰ অৰ্থে ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰা হৈছে, সেয়েহে পৰৱৰ্তী ৫ বছৰৰ বাবে দেশৰ বিকাশৰ বাবে নিৰন্তৰ কষ্ট কৰিব লাগিব। এই বৈঠকত আন্তঃগাঁথনি, স্বাস্থ্য আৰু শিক্ষা আৰু বিগত ৮৫ দিনত কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত আলোচনা কৰা হয়।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ‘মাৰ নামত এজোপা গছ’ নামৰ প্ৰচাৰ অভিযান আৰু পৰিচ্ছন্নতা অভিযানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে।

২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য

আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি মোদী চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে নতুন ৰে’ললাইন, বন্দৰ, বিমানবন্দৰ আৰু ঔদ্যোগিক স্মাৰ্ট চিটি নিৰ্মাণৰ বাবে ২.৩০ লাখ টকাৰ অধিক মূল্যৰ প্ৰকল্পত অনুমোদন জনাইছে।

মোদী চৰকাৰে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে নিৰন্তৰ উন্নয়নৰ ওপৰত কাম কৰি আছে লগতে চৰকাৰে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা কৰিছে।

Tags: Modi GovernmentNarendra ModiPrime Minister

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025