• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

'তেওঁলোকৰ সপোন নিশ্চয় বাস্তৱায়িত হ’ব – কিন্তু ভাৰতত নহয়, বাংলাদেশ বা আফগানিস্তানত'

Nation NE by Nation NE
July 31, 2025
in Top News, BIG BREAKING, অসম
0 0
হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ জৰিয়তে অসম চৰকাৰে অবৈধ দখলকাৰীৰ পৰা প্ৰায় ১৮২ বৰ্গ কিলোমিটাৰ ভূমি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

ইফালে উচ্ছেদিত লোকসকলৰ মাজৰ একাংশই চৰকাৰৰ উচ্ছেদ অভিযানক সমালোচনা কৰি অসমক একপ্ৰকাৰ দ্বিখণ্ডিত কৰাৰ ভাবুকি প্ৰদান কৰি মিঞালেণ্ডৰ দাবীও উত্থাপন কৰা পৰিলক্ষিত হৈছে।

মিঞালেণ্ডৰ দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই আজি এক সংবাদমেলৰ জৰিয়তে কয়, ‘অসম চৰকাৰে বেদখলকাৰীৰ পৰা ১৮২ বৰ্গ কিলোমিটাৰ ভূমি পুনৰ উদ্ধাৰ কৰিছে। এতিয়া এই একে অনুপ্ৰৱেশকাৰীয়ে পৃথক ‘মিঞা লেণ্ড’ ৰাজ্যৰ দাবী জনাইছে। তেওঁলোকৰ সপোন নিশ্চয় বাস্তৱায়িত হ’ব – কিন্তু ভাৰতত নহয়, বাংলাদেশ বা আফগানিস্তানত। আৰু মই তেওঁলোকক তাত যোৱাত নিশ্চয় সহায় কৰিম।’

আনহাতে শেহতীয়াকৈ গুৱাহাটীৰ ভিন্ন প্ৰান্তত সন্দেহজনক লোকে অবৈধভাৱে ভূমি দখল কৰাৰ তথ্য পোহৰলৈ অহা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অবৈধভাৱে বসবাস কৰি লোকসকলৰ তথ্য সংগ্ৰহৰ বাবে এটা জৰীপ চলোৱা হ’ব আৰু ইয়াৰ পিছতে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰোৱা হ’ব।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে গুৱাহাটীত চলিবলগীয়া উচ্ছেদত অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলিও উল্লেখ কৰে।

মনকৰিবলগীয়া যে, অসমক দুভাগ কৰি ‘মিঞা লেণ্ড’ গঠনৰ দাবী উত্থাপিত হৈছিল উজনি অসমত। ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত থকাৰ মাজতেই ৰেংমা বনাঞ্চলৰ একাংশ উচ্ছেদিতই দাবী কৰিছিল ‘মিঞা লেণ্ড’ৰ।

উল্লেখ্য যে, শেহতীয়াকৈ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ বিলাসীপাৰা, গোৱালপাৰাৰ লগতে উজনি অসমৰ উৰিয়ামঘাটত চৰকাৰে বৃহত উচ্ছেদ অভিযান চলাইছে।

Tags: #AssamEviction DriveHimanta Biswa SarmaMiyan Land

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025