• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতৰ নাম লৈ পাকিস্তানক সকীয়নি আফগানিস্তানৰ

      Nation NE by Nation NE
      January 5, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভাৰতৰ নাম লৈ পাকিস্তানক সকীয়নি আফগানিস্তানৰ
      Share on FacebookShare on TwitterWhatsApp

      পাকিস্তান আৰু আফগানিস্তানৰ মাজত দীৰ্ঘদিনৰ পৰা চলি থকা সীমা বিবাদে শেহতীয়াকৈ লৈছে ভয়ংকৰ ৰূপ। পাকিস্তানে অলপতে আফগানিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত কৰা এয়াৰ ষ্ট্ৰাইকত বহু তালিবানী সদস্য নিহত হয়। ইয়াৰ পিছতে আফগানিস্তানেও পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱাৰ দাবী উত্থাপন কৰে।

      ইতিমধ্যে তালিবান সম্বন্ধে কঠোৰ সকীয়নি প্ৰদান কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। তালিবানক নিঃশেষ অবিহনে পাকিস্তানৰ প্ৰগতি অসম্ভৱ বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ মাজতে পাকিস্তানে আফগানিস্তানৰ ৱাখান নামৰ এটা অঞ্চল দখল কৰাৰো চৰ্চা চলি আছে, যাক লৈ তীব্ৰ ক্ষোভত আছে তালিবান।

      ইফালে তালিবানৰ উপ-বিদেশ মন্ত্ৰী মহম্মদ আব্বাছে ভাৰতৰ নাম লৈ পাকিস্তানক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে। এটা টুইটাৰ প’ষ্টত তেওঁ লিখিছে, ‘বৰ্তমান সময়ত পাকিস্তানৰ অৰ্থনীতি আৰু আভ্যন্তৰীণ অস্থিৰতা ইমানেই বেয়া যে ৱাখান কৰিডৰ দখল কৰিব পৰা অৱস্থাত নাই বা আন এখন যুদ্ধ কৰিব পৰা অৱস্থাত নাই। পাকিস্তানৰ সেনাৰ নামত শোচনীয় অভিলেখ আছে যুদ্ধৰ ইতিহাসত। ১৯৭১ চনত ভাৰতৰ সৈতে হোৱা যুদ্ধত পাকিস্তানে বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছিল আৰু পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) হেৰুৱাইছিল। ৯৩ হাজাৰৰো অধিক সৈনিকে আত্মসমৰ্পণ কৰে, যিটো আধুনিক ইতিহাসৰ সৰ্ববৃহৎ আত্মসমৰ্পণ।’

      তালিবানৰ উপ-বিদেশ মন্ত্ৰীয়ে লগতে কয়, ‘১৯৭৩ আৰু ১৯৮৯ত জলালাবাদৰ যুদ্ধ আৰু আফগানিস্তানৰ ভিতৰত হোৱা কুনাৰ নদী যুদ্ধতো পাকিস্তান পৰাস্ত হৈছিল। অন্য দেশৰ সেনাৰ সৈতে হোৱা যুদ্ধত পাকিস্তান সেনা সদায় পৰাস্ত হৈ আহিছে। নিজৰ সীমাৰ বাহিৰত পাকিস্তানে কেতিয়াও বৃহত জয় সাব্যস্ত কৰা নাই। পাকিস্তানৰ দৰে দেশত নিজৰ সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ চলিয়েই আছে… বালুচ আৰু পস্তুন লোকসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ ওপৰত কাম কৰক। পাকিস্তানে ৱাখান কৰিডৰ দখল কৰাৰ চিন্তা মূৰ্খামিৰ বাহিৰে একো নাই।’

      এইদৰে তালিবানে পাকিস্তানক এটা ডাঙৰ সতৰ্কবাণী দিছে যে যদি আফগানিস্তানৰ কোনো অংশত অনুপ্ৰৱেশ বা দখল কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া এক ডাঙৰ ভুল হ’ব।

      Tags: AfghanistanIndiaPakistanWar

      Related Posts

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?
      Top News

      June 7, 2025
      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
      Top News

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      June 7, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025
      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      শীৰ্ষ সংবাদ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist