• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

Nation NE by Nation NE
July 26, 2025
in Top News, ক্ৰীড়া
0 0
অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচৰ তৃতীয় দিনা ভাৰতীয় বেগী বলাৰসকলৰ প্ৰদৰ্শনে নিৰাশ কৰি তুলিছে ক্ৰিকেট অনুৰাগীসকলক। মেচখনত দলটোৰ অভিজ্ঞ বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ প্ৰদৰ্শনো আছিল অত্যন্ত হতাশাজনক।

ইংলেণ্ডৰ বেটছমেনে ভাৰতীয় বলাৰসকলক দিশহাৰা কৰি দিনটোৰ শেষলৈকে স্ক’ৰব’ৰ্ডত ৫০০ৰো অধিক ৰান সংগ্ৰহ কৰে। তৃতীয় দিনা বুমৰাহে ২৮ অভাৰত ৯৫ ৰান খৰছ কৰি মাত্ৰ এটা উইকেট লাভ কৰে।

খেলখন চলি থকাৰ সময়ত কিছু সময়ৰ বাবে খেলপথাৰ ত্যাগ কৰিছিল বুমৰাহে, যাৰ ফলত তেওঁৰ ফিটনেছক লৈও পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

এই প্ৰদৰ্শন দেখি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফে এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টত আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে যশপ্ৰীত বুমৰাহে অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে বুলি কাইফে মন্তব্য কৰে।

চলিত টেষ্টৰ তৃতীয় দিনা বুমৰাহে যথেষ্ট লেহেমীয়া গতিত বলিং কৰা বাবেই মহম্মদ কাইফে এই চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছে। ঘণ্টাত ১৪০ কিলোমিটাৰ বেগত বল কৰা বুমৰাহে মানচেষ্টাৰ টেষ্টৰ তৃতীয় দিনা বেছিভাগ বল ঘণ্টাত ১৩০-১৩৫ কিলোমিটাৰ বেগত কৰিছিল।

এক্সযোগে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কাইফে কয় যে তেওঁৰ মতে যশপ্ৰীত বুমৰাহে আগন্তুক টেষ্ট মেচত নেখেলিব পাৰে। আনকি তেওঁ অৱসৰ লোৱাৰ দৰে সিদ্ধান্তও গ্ৰহণ কৰিব পাৰে। তেওঁ নিজৰ শৰীৰৰ লগত যুঁজি আছে। এই টেষ্ট মেচখনত তেওঁৰ গতি যথেষ্ট হ্ৰাস পাইছে। বুমৰাহ এজন সৎ ব্যক্তি, যদি তেওঁ অনুভৱ কৰে যে তেওঁ নিজৰ ১০০ শতাংশ দিব পৰা নাই, তেন্তে তেওঁ এই ফৰ্মেটৰ পৰা নিজকে আঁতৰাই ৰাখিব। উইকেট নোপোৱাটো এটা অন্য কথা, কিন্তু তেওঁৰ বলৰ গতিও ঘণ্টাত ১২৫-১৩০ কিলোমিটাৰলৈ হ্ৰাস পাইছে।

কাইফে আৰু কয় যে বুমৰাহৰ এই আবেগক লৈ কোনো সন্দেহ নাই, কিন্তু এতিয়া তেওঁৰ শৰীৰে হাৰ মানিবলৈ আৰম্ভ কৰিছে। চলিত টেষ্টত হোৱা দুৰ্বল প্ৰদৰ্শনে স্পষ্টকৈ দেখুৱাইছে যে ভৱিষ্যতে তেওঁ টেষ্ট মেচ খেলিবলৈ অসুবিধা পাব। হয়তো তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল’ব। বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু অশ্বিনৰ পিছত এতিয়া ভাৰতীয় অনুৰাগীয়ে বুমৰাহ অবিহনে খেল চোৱাত অভ্যস্ত হ’ব লাগিব। অৱশ্যে তেওঁৰ ভৱিষ্যদ্বাণী ভুল প্ৰমাণিত হোৱাটো তেওঁ বিচাৰে।

Tags: India vs EnglandJasprit BumrahMohammed KaifTest Cricket

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025