• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছতেই মহম্মদ নবীৰ ডাঙৰ ঘোষণা

Nation NE by Nation NE
November 12, 2024
in Top News, ক্ৰীড়া
0 0
বাংলাদেশৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছতেই মহম্মদ নবীৰ ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ পাছত এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে আফগানিস্তানৰ অল ৰাউণ্ডাৰ মহম্মদ নবীয়ে। বাংলাদেশৰ বিৰুদ্ধে ২-১ ব্যৱধানত এদিনীয়া শৃংখলা দখলৰ পিছতে আফগানিস্তানৰ ৩৯ বছৰীয়া নবীয়ে কয় যে যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ পাছতেই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা চিন্তা কৰিছিলো।

শৃংখলা দখলৰ পিছত মহম্মদ নবীয়ে কয়, ‘যোৱা বিশ্বকাপৰ পিছতেই অৱসৰৰ চিন্তা-চৰ্চা কৰিছিলো কিন্তু তাৰ পিছত আমি চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰিলোঁ আৰু মই ভাবিলো যে এই প্ৰতিযোগিতাখন খেলাটো মোৰ বাবে ভাল হ’ব।

উল্লেখ্য যে মহম্মদ নবীয়ে নিজৰ সিদ্ধান্তৰ বিষয়ে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডক অৱগত কৰিছে আৰু আগন্তুক দিনতো তেওঁ টি-২০ ফৰ্মেট খেলি থাকিব পাৰিব।

২০০৯ চনৰ পৰা এই পৰ্যন্ত মহম্মদ নবীয়ে ১৬৭খন এদিনীয়া খেলিছে, য’ত তেওঁ ১৪৭টা ইনিংছত ২৭.৪৮ গড়ে ৩৬০০ ৰান সংগ্ৰহ কৰিছে, য’ত আছে দুটা শতক আৰু ১৭টা অৰ্ধশতক। আফগানিস্তানৰ হৈ সৰ্বাধিক এদিনীয়া খেলা ক্ৰিকেটাৰ মহম্মদ নবী বৰ্তমান অল ৰাউণ্ডাৰৰ ৰেংকিঙত শীৰ্ষ স্থানত আছে। তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১৩৬ ৰান।

ইফালে এইপৰ্যন্ত তেওঁ দখল কৰিছে ১৭২টা উইকেট। তেওঁ চাৰিবাৰকৈ এটা ইনিংছত ৪টা উইকেট আৰু এবাৰ ৫টা উইকেট দখল কৰিছে।

উল্লেখ্য যে, যোৱা বছৰ আফগানিস্তানে বিশ্বকাপত ষষ্ঠ স্থান দখল কৰি চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত পাকিস্তানত আয়োজিত হ’বলগীয়া আঠটা দলৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব আফগানিস্তানৰ দলটোৱে।

আফগানিস্তানে ২০১৫ চনত প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ কৰিছিল আৰু মহম্মদ নবী এই দলৰ অংশ আছিল। ইয়াৰ উপৰি তেওঁ ২০১৯ আৰু ২০২৩ চনৰ বিশ্বকাপ দলৰো অংশ আছিল। ২০১৯ চনত তেওঁ টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰে।

Tags: AfghanistanChampions TrophyMohammad NabiODI

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025