• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপ্ৰতিৰোধ্য মহম্মদ ছামী; এদিনীয়া ক্ৰিকেটত গঢ়িলে অনন্য অভিলেখ

Nation NE by Nation NE
February 20, 2025
in Top News, ক্ৰীড়া
0 0
অপ্ৰতিৰোধ্য মহম্মদ ছামী; এদিনীয়া ক্ৰিকেটত গঢ়িলে অনন্য অভিলেখ
Share on FacebookShare on TwitterWhatsApp

আন এক কৃতিত্বৰ অধিকাৰী হ’ল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছামী। চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয়খন মেচ তথা ভাৰতৰ প্ৰথমখন মেচতেই বিশেষ অভিলেখ গঢ়িলে মহম্মদ ছামীয়ে। বাংলাদেশৰ বিৰুদ্ধে ডুবাইত অনুষ্ঠিত হোৱা মেচখনত ছামীয়ে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ২০০ উইকেট লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আৰু বিশ্বৰ দ্বিতীয়গৰাকী বলাৰত পৰিণত হয়।

প্ৰথম ইনিংছৰ ৪৩ অভাৰত জাকেৰ আলীৰ উইকেট দখল কৰাৰ লগে লগে তেওঁৰ নামত সংযোজন হয় এই অভিলেখ। সৰ্বাধিক কম সংখ্যক এদিনীয়া মেচত ২০০ উইকেট লাভ কৰাৰ তালিকাত তেওঁৰ আগত আছে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক।

ইফালে ভাৰতৰ হৈ এদিনীয়াত সৰ্বাধিক উইকেট লাভ কৰাৰ ক্ষেত্ৰত ৩৩৪টা উইকেটেৰে শীৰ্ষ স্থানত আছে অনিল কুম্বলে। ৩১৫টা উইকেটৰ সহায়ত দ্বিতীয় স্থানত আছে জভাগল শ্ৰীনাথ আৰু ২৮৮টা উইকেটেৰে তৃতীয় স্থানত আছে অজিত আগাৰকাৰ। ভাৰতৰ হৈ ২০০ উইকেট লাভ কৰা ছামী সপ্তমগৰাকী বলাৰ।

উল্লেখ্য যে, আজি বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত মহম্মদ ছামীয়ে ১০ অভাৰত ৫৩ ৰান খৰচ কৰি পাঁচটা উইকেট লাভ কৰে। ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ বাবেই বাংলাদেশে ২২৮ ৰানতে সামৰে নিজৰ ইনিংছ।

কম সংখ্যক এদিনীয়া মেচত ২০০ উইকেট লাভ কৰা বলাৰৰ তালিকা

মিচেল ষ্টাৰ্ক- ১০২খন মেচ

মহম্মদ ছামী/চাকলেন মুস্তাক- ১০৪খন মেচ

ট্ৰেণ্ট বল্ট- ১০৭খন মেচ

ব্ৰেট লী- ১১২খন মেচ

এলান ডনাল্ড- ১১৭খন মেচ

কম সংখ্যক বলত ২০০ উইকেট লাভ কৰা বলাৰ

মহম্মদ ছামী- ৫১২৬টা বল

মিচেল ষ্টাৰ্ক- ৫২৪০টা বল

চাকলেন মুস্তাক- ৫৪৫১টা বল

ব্ৰেট লী- ৫৬৪০টা বল

ট্ৰেণ্ট বল্ট- ৫৭৮৩টা বল

Tags: Champions TrophyMohammed Shami

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025