• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 6, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
February 6, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজিৰে পৰা জামুগুৰিহাটত তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। এই অধিৱেশন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তত্ত্বাদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত উত্তৰ-পূৱ ভাৰতৰ ধৰ্ম সাহিত্য সংস্কৃতিৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান। জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি-বিষ্ণু ক্ষেত্ৰত প্ৰতিধ্বনিত হ’ব হৰিনামৰ ধ্বনি। অধিৱেশনৰ বাবে জামুগুৰিহাটত উপস্থিত হাজাৰ হাজাৰ ভকত বৈষ্ণৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অধিৱেশনলৈ হাজাৰ হাজাৰ আই-বাপৰ আগমন হৈছে।নিৰ্মাণ সম্পূৰ্ণ হৈছে প্ৰতিনিধিৰ বাবে ১৮০ টা শিবিৰ। ২০০ জনকৈ প্ৰতিনিধি থাকিব পাৰিব এটা শিবিৰত। সাজু কৰা হৈছে ১০ হাজাৰ স্বেচ্ছা সেৱক-সেৱিকা। নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে বিশাল ৰান্ধনীশাল আৰু ভোজনালয়ৰ।
  • মেঘালয়ৰ জোৱাইৰ চুটুংগা বজাৰৰ কয়লা খনিত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। এই দুৰ্ঘটনাত অসমৰ ১৮ জনকৈ শ্ৰমিকৰ প্ৰাণহানি হৈছে। মেঘালয়ৰ কয়লা খনিত হোৱা বিস্ফোৰণত ৯২ জন শ্ৰমিকৰ মৃত্যুৰ আশংকা কৰা হৈছে। অসমৰ কাটিগড়াৰ ৫ জন শ্ৰমিক নিহত হৈছে জানিব পৰা গৈছে। এই শোকাৱহ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে গভীৰ শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।নিহতৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্যও ঘোষণা প্ৰধানমন্ত্ৰীৰ। ইয়াৰোপৰি ৰাজ্য চৰকাৰে অসমৰ নিহত পৰিয়াললৈ ঘোষণা কৰে ৫ লাখ টকাৰ সাহায্য।মন্ত্ৰী কৌশিক ৰায়, বিধায়ক কমলক্ষ্য দে’ পুৰকায়স্থক নিহতৰ পৰিয়ালৰ ওচৰলৈ যাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
  • নতুন চৰকাৰ গঠনৰ পিছতেই মণিপুৰত পুনৰ সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। ইয়াত পৃথক কুকি প্ৰশাসনৰ দাবীত কুকি গোটসমূহে এই আন্দোলন তীব্ৰতৰ কৰি তুলিছে। মণিপুৰত কেইবাটাও কুকি গোটে নিজৰ সম্প্ৰদায়ৰ বিধায়কসকলক নতুন চৰকাৰ গঠনত অংশগ্ৰহণ নকৰিবলৈ সকীয়াই দিছে, যাৰ ফলত ৰাজ্যখনত পুনৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। ৪ ফেব্ৰুৱাৰীত বিজেপিৰ বিধায়ক য়ুমনাম খেমচান্দ সিঙে মণিপুৰৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ লগতে মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কুকি সম্প্ৰদায়ৰ বিজেপি বিধায়ক নেমচা কিপগেন আৰু নগা পিপলছ ফ্ৰণ্টৰ বিধায়ক এল দিখো৷ ইয়াৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চুৰাচান্দপুৰ জিলাৰ জনজাতীয় সংগঠন জইণ্ট ফ’ৰাম অৱ চেভেনে (জে এফ ৭) কুকি প্ৰধান অঞ্চলত ৬ ফেব্ৰুৱাৰীত পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ ‘সম্পূৰ্ণ বন্ধ’ কৰাৰ আহ্বান জনায়৷
  • এইবাৰ আমেৰিকাক টাৰ্গেট কৰি মিছাইল সাজু কৰিছে ইৰানে। ইয়াৰ বাবে ইৰানে মোতায়েন কৰিছে ৪টাকৈ মাৰাত্মক খোৰামচহৰ-4 মিছাইল। এই বৈঠকৰ পূৰ্বে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলাইছে ইৰানে। আজি ওমানত আমেৰিকা আৰু ইৰানৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত পাৰমাণৱিক অস্ত্ৰক লৈ হ’ব আলোচনা। ইতিমধ্যে আলোচনাৰ বাবে ওমানত উপস্থিত হৈছে ইৰানৰ বিদেশমন্ত্ৰী। এই বৈঠকৰ পূৰ্বে ইৰানে ৪টাকৈ মাৰাত্মক খোৰামচহৰ মিছাইল সাজু কৰিছে। বিগত বৰ্ষত এই মিছাইলেৰে ইজৰাইলত আক্ৰমণ কৰিছিল ইৰানে।
Tags: morning newsnational newsWorld news

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 6, 2026
প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

February 5, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

February 5, 2026
আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য
Top News

আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

February 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 5, 2026

শীৰ্ষ সংবাদ

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025