• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মঞ্জুক বিচাৰি কাৰ্তিক হায়ৰাণ, ক’লে- “কোনোবাই দেখিলে, মোক জনাওঁক”

Nation NE by Nation NE
October 7, 2024
in Top News, বিনোদন
0 0
মঞ্জুক বিচাৰি কাৰ্তিক হায়ৰাণ, ক’লে- “কোনোবাই দেখিলে, মোক জনাওঁক”
Share on FacebookShare on TwitterWhatsApp

ছবিঘৰলৈ আহি আছে কাৰ্তিক আৰ্য়ন, বিদ্যা বালান অভিনীত “ভুল ভুলইয়া ৩”। ইফালে, কাৰ্তিক আৰ্য়নে মানুহৰ মাজত উত্তেজনা বৃদ্ধি কৰিবলৈ তেওঁৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত, তেওঁ মঞ্জুলিকাক কোনোৱে দেখিলে লগে লগে তেওঁক যোগাযোগ কৰাৰ কথা কৈছে।

আৰম্ভণিৰ পৰাই ‘ভুল ভুলাইয়া ৩’ সম্পৰ্কে যথেষ্ট চৰ্চা চলি আহিছে, যাক চলচ্চিত্ৰখনৰ লগত জড়িত দলটোৱে দিনে নিশাই বৃদ্ধি কৰি আহিছে। শেহতীয়াকৈ, কাৰ্তিকে তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত ছবিখনৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টটোৰ জৰিয়তে, তেওঁ মঞ্জুলিকাক বিচাৰি উলিওৱাৰ কথা কৈছে, যদিও শিৰোনামটোত তেওঁ মৰমেৰে ‘মঞ্জুলিকা’ক ‘মঞ্জু’ বুলি অভিহিত কৰিছে।

শেহতীয়াকৈ, কাৰ্তিকে মঞ্জুলিকাৰ এটা ভিডিঅ’ পোষ্ট কৰিছে, যাৰ শিৰোনামটোত তেওঁ লিখিছে, “মঞ্জু ইফালে সিফালে ঘূৰি ফুৰিছে, যদি কোনোবাই ইয়াক দেখে, মোক জনাওঁক”। ‘ভুল ভুলইয়া ৩”  দিপাৱলীত অৰ্থাৎ ১ নৱেম্বৰত মুক্তি পাব। ইয়াৰ বাবে, মানুহৰ মাজত উত্তেজনাও বাঢ়ি আহিছে কিয়নো ইয়াৰ অজয় দেৱগানৰ ‘সিংঘম এগেইন’ৰ সৈতে সংঘৰ্ষ হ’বলৈ গৈ আছে। ‘ভুল ভুলাইয়া ৩’ৰ টিজাৰ ২৭ ছেপ্টেম্বৰত মুকলি কৰা হৈছে, যিয়ে জনসাধাৰণৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰিছে। বিদ্যা বালানে এইবাৰ এই ছবিখনত মঞ্জুলিকাৰ চৰিত্ৰ ৰূপায়ন কৰিছে।

আনিস বাজমী আৰু ভূষণ কুমাৰৰ দ্বাৰা পৰিচালিত, ‘ভুল ভুলইয়া ৩’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰ্য়ন, বিদ্যা বালান, ত্ৰিপ্তি ডিমৰীয়ে। এই ভৌতিক-কৌতুক ছবিখনে এইবাৰ ভয় আৰু হাঁহিৰ সৈতে বহুতো নতুন বস্তু আনিছে। এই ছবিখনক লৈ দৰ্শকৰ মাজত যথেষ্ট উত্তেজনা বৃদ্ধি পাইছে। এই চলচ্চিত্ৰখনৰ প্ৰথম অংশটো ২০০৭ চনত আহিছিল, য’ত অক্ষয় কুমাৰ আৰু বিদ্যা বালানে অভিনয় কৰিছিল, আনহাতে ইয়াৰ দ্বিতীয় অংশটোৱে ২০২২ চনত মুক্তি লাভ কৰিছিল। দৰ্শকে এই ছবিখনৰ প্ৰতি ভাল সঁহাৰি দিছিল।

ভাৰতীয় চলচ্চিত্ৰৰ ডাঙৰ ফ্ৰেঞ্চাইজি ‘ভুল ভুলিয়া’ এই বছৰ দিপাৱালীত ধামাকা কৰি দৰ্শকৰ মাজত ভয়ৰ খোৰাক যোগাবলৈ আহি আছে। চলচ্চিত্ৰখনৰ দ্বিতীয় ভাগৰ দৰে, ‘ৰুহ বাবা’য়ে সকলোকে বচাবলৈ চেষ্টা কৰিব, অৱশ্যে ‘ভুল ভুলইয়া ৩’ ছবিখন ইয়াৰ প্ৰথম আৰু দ্বিতীয় অংশতকৈ আৰু অধিক বিপদজনক হৈ উঠিব। এইটো আমি নহয় ‘ৰুহ বাবা’ অৰ্থাৎ কাৰ্তিক আৰ্য়নে নিজেই ছবিখনৰ টিজাৰত কৈছে।

Tags: #BollywoodentertainmentfilmMovie

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025