• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 31, 2025
29 °c
Guwahati
28 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

    বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

    গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

    মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি

    মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

      কংগ্ৰেছ সাংসদ গগৈৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰিছে পাকিস্তানী জনতাই

      Nation NE by Nation NE
      July 30, 2025
      in Top News, BIG BREAKING, অসম, ৰাষ্ট্ৰীয়
      0 0
      ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

      সাংসদ গৌৰৱ গগৈৰ ফাইল ফটো।

      Share on FacebookShare on TwitterWhatsApp

      নিজ জন্মভূমি নহয়, এইবাৰ ভাৰতৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সংবাদ মাধ্যম দখল কৰিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। পাকিস্তানৰ সংবাদ মাধ্যমসমূহ সম্প্ৰতি ভৰি পৰিছে গৌৰৱ গগৈৰ গুণানুকীৰ্তনেৰে। সাংসদ গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীক প্ৰশংসাৰে উপচাই পাকিস্তানৰ সংবাদ মাধ্যমে পৰিৱেশন কৰিছে এটাৰ পিছত আন এটা বাতৰি।

      ইয়াৰ কাৰণ অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে সংসদত দিয়া ভাষণ। একপ্ৰকাৰ ভাৰত বিৰোধী ভাষণ দিয়া গৌৰৱ গগৈৰ উদ্ধৃতিৰে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

      ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ সক্ষমতাক লৈ গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰি অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতৰ কিমানখন যুদ্ধ বিমান ধ্বংস হৈছে, পেহেলগামত সন্ত্ৰাসবাদী কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল, ড’নাল্ড ট্ৰাম্পৰ কথাত মোদীয়ে কিয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল আদি বিষয়ক লৈ মোদী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰিছিল।

      ভাৰতৰ নিৰাপত্তা তথা সেনা বাহিনীৰ শক্তিক লৈ সাংসদ গগৈয়ে উত্থাপন কৰা প্ৰশ্নৰ সুবিধা গ্ৰহণ কৰি তথা উৎফুল্লিত হৈ পাকিস্তানৰ সংবাদ মাধ্যমসমূহে ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিছে।

      কেৱল এয়াই নহয় পাকিস্তানৰ সাধাৰণ জনতাইও সংবাদ মাধ্যমসমূহৰ আগত অসমৰ সাংসদ গৌৰৱ গগৈৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। সাংসদগৰাকীৰ এনে কাৰ্যই স্বাভাৱিকতে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।

      উল্লেখ্য যে সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে দিয়া ভাষণৰ পিছতে এটা ৰাতিৰ ভিতৰতে পাকিস্তানী টিভি চেনেলসমূহৰ নয়নৰ মণি হৈ পৰে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে পাকিস্তানী মিডিয়া। পাকিস্তানৰ সপক্ষে কথা কোৱা গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ এই ভূমিকাত খুবেই অত্যুৎসাহী হৈ পৰে পাকিস্তানী মিডিয়া।

      ইফালে সদনৰ মজিয়াত সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যক উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয়, ‘যোৰহাটৰ আমাৰ সাংসদজনে কালি সংসদত দিয়া ভাষণে সন্দেহাতীতভাৱে প্ৰমাণ কৰি দিলে যে তেওঁ পাকিস্তানৰ হৈয়ে কাম কৰে। তেওঁৰ পাকিস্তানলৈ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথা স্পষ্ট কৰি তুলিছে।’

      Tags: #Assam#CongressGaurav GogoiPak MediaPakistan

      Related Posts

      হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা
      Top News

      তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

      July 31, 2025
      শৰীৰৰ পৰা হাই কলেষ্টেৰ’ল নোহোৱা কৰিবলৈ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এই খাদ্য
      Top News

      ৰাতিপুৱা খালী পেটত কি কি খাদ্যগ্ৰহণ কৰিব নালাগে জানো আহক

      July 31, 2025
      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…
      Top News

      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

      July 31, 2025
      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত
      Top News

      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

      July 31, 2025
      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান
      Top News

      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

      July 31, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      July 31, 2025

      শীৰ্ষ সংবাদ

      তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

      ৰাতিপুৱা খালী পেটত কি কি খাদ্যগ্ৰহণ কৰিব নালাগে জানো আহক

      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist