• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
26 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সেনাক অপমান কৰা গোচৰত আত্মসমৰ্পণ ৰাহুল গান্ধীৰ; আদালতত এঘণ্টা কটোৱাৰ পিছত পালে জামিন

Nation NE by Nation NE
July 15, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সেনাক অপমান কৰা গোচৰত আত্মসমৰ্পণ ৰাহুল গান্ধীৰ; আদালতত এঘণ্টা কটোৱাৰ পিছত পালে জামিন
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ সাংসদ-বিধায়ক আদালতত আত্মসমৰ্পণ কৰে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। এই আত্মসমৰ্পণ ভাৰতীয় সেনাক লৈ অপমানসূচনক মন্তব্য কৰাৰ সন্দৰ্ভত দাখিল কৰা মানহানিৰ গোচৰৰ অধীনত কৰা হৈছিল।

আদালতত আত্মসমৰ্পণ কৰাৰ লগে লগে ৰাহুল গান্ধীৰ অধিবক্তাই জামিন আবেদন দাখিল কৰে, যিটো আদালতে মানি লয় আৰু তেওঁক জামিন মঞ্জুৰ কৰা হয়।

উল্লেখ্য যে, ২০২২ চনৰ ১৬ ডিচেম্বৰত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ আগত গালৱান উপত্যকাৰ সংঘৰ্ষৰ কথা উল্লেখ কৰি অভিযোগ কৰিছিল, ‘চীন সৈন্যই আমাৰ জোৱানক হত্যা কৰিছে, কিন্তু সংবাদ মাধ্যমে তেওঁলোকক প্ৰশ্ন নকৰে।’ তেওঁৰ এই বক্তব্যক সেনাবাহিনীক অপমানজনক বুলি অভিহিত কৰা হৈছিল।

সীমান্ত পথ সংস্থাৰ (বি আৰ অ’) অৱসৰপ্ৰাপ্ত সঞ্চালক উদয় শংকৰ শ্ৰীবাস্তৱে সেনাক লৈ দিয়া এই বক্তব্য সন্দৰ্ভত ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালতত এজাহাৰ দাখিল কৰে। অভিযোগত উল্লেখ কৰা হৈছে যে ভাৰতীয় সেনাৰ ভাবমূর্তি কলংকিত কৰাৰ উদ্দেশ্যে ৰাহুল গান্ধীয়ে ইচ্ছাকৃতভাৱে মিছা আৰু মানহানিকাৰক বক্তব্য আগবঢ়াইছে৷

লক্ষ্ণৌৰ সাংসদ-বিধায়ক আদালতে ৰাহুল গান্ধীক এই গোচৰৰ অভিযুক্ত বুলি গণ্য কৰি চমন জাৰি কৰিছিল। মঙলবাৰে আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰাৰ পিছতে তেওঁ জামিন লাভ কৰে। এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানিৰ তাৰিখ আদালতে নিৰ্ধাৰণ কৰিব, য’ত পক্ষসমূহৰ যুক্তিৰ শুনানি গ্ৰহণ কৰা হ’ব।

Tags: MP MLA CourtRahul GandhiUttar Pradesh

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025