• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল পাকিস্তান; আতংকিত দেশবাসী

Nation NE by Nation NE
May 8, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল পাকিস্তান; আতংকিত দেশবাসী
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ পৰা আহিছে এটা ডাঙৰ খবৰ। তিনিটাকৈ ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি অহা পাকিস্তানৰ অন্যতম ডাঙৰ চহৰ লাহোৰ। লাহোৰ বিমান বন্দৰৰ সমীপত হোৱা এটা বিস্ফোৰণৰ শব্দ বহু দূৰলৈ শুনা বুলিও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

বিস্ফোৰণৰ পিছতেই সাধাৰণ লোকৰ মাজত হুৱা দুৱা লাগে আৰু সমগ্ৰ লাহোৰ অঞ্চলতেই ছাইৰেণৰ শব্দ শুনা যায়। আৰক্ষীয়ে প্ৰদান কৰিছে এই তথ্য।

নিউজ এজেন্সি ৰয়টাৰ্ছে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, সম্প্ৰতি পাকিস্তান প্ৰশাসনে বিস্ফোৰণৰ সঠিক স্থান আৰু ইয়াৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে।

প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি লাহোৰৰ গোপাল নগৰ আৰু নছিৰাবাদৰ ৱাল্টন বিমান বন্দৰৰ সমীপত সংঘটিত হৈছে এই ধাৰাবাহিক বিস্ফোৰণ।

ইফালে বিস্ফোৰণৰ পিছতেই অস্থায়ী ৰূপত বন্ধ কৰি দিয়া হৈছে লাহোৰ বিমান বন্দৰ। ড্ৰোনৰ জৰিয়তে এই বিস্ফোৰণ সংঘটিত কৰা বুলি খবৰ আহিছে। বিস্ফোৰণ হোৱা স্থানৰ নিচেই সমীপতে আছে পাকিস্তান সেনাৰ ইউনিট। এই সেনাৰ ঘাটিক লক্ষ্য কৰিয়েই বিস্ফোৰণ সংঘটিত কৰোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে এই বিস্ফোৰণত কিমান ক্ষয়-ক্ষতি হৈছে তথা কোনে বিস্ফোৰণ সংঘটিত কৰিছে সেই তথ্য এতিয়ালৈ প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ গৰাকীকৈ ভাৰতীয় লোকৰ মৃত্যু হোৱা ঘটনাৰ প্ৰতিশোধ স্বৰূপে ৭ মে’ৰ পুৱতি নিশা ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা স্থানত এয়াৰ ষ্ট্ৰাইক কৰে। এই এয়াৰ ষ্ট্ৰাইকত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰা হৈছে।

ভাৰতীয় সেনাৰ এয়াৰ ষ্ট্ৰাইকৰ এদিন পিছতেই পাকিস্তানৰ অন্যতম ডাঙৰ চহৰ লাহোৰৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত এতিয়া আতংকিত হৈ পৰিছে দেশখনৰ সাধাৰণৰ জনতা।

Tags: BlastLahorePakistanSerial Blast

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025