• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দ্বিতীয়বাৰৰ বাবে WPLৰ খিতাপ দখল হৰমনপ্ৰীত নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছৰ

Nation NE by Nation NE
March 16, 2025
in Top News, ক্ৰীড়া
0 0
দ্বিতীয়বাৰৰ বাবে WPLৰ খিতাপ দখল হৰমনপ্ৰীত নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছৰ
Share on FacebookShare on TwitterWhatsApp

হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিলে মহিলা প্ৰিমিয়াৰ লীগৰ। আনহাতে এইবাৰৰ সৈতে একেৰাহে তৃতীয়বাৰৰ বাবে ৰানাৰ্ছ আপ হিচাপেই সন্তুষ্ট হ’বলগীয়া হয় দিল্লী কেপিটেলছ।

শনিবাৰে মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰি মুম্বাইয়ে খিতাপ দখল কৰে। মুম্বাইৰ এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অধিনায়ক হৰমনপ্ৰীত আৰু নেট স্কাইভাৰ-ব্ৰুণ্টে।

হৰমনপ্ৰীতে ৬৪ ৰানৰ ইনিংছ খেলাৰ লগতে ব্ৰুণ্টে বেটিঙত ৩০ ৰান আৰু বলিঙত ৩টা উইকেটেৰে অলৰাউণ্ড প্ৰদৰ্শন আগবঢ়াই।

উল্লেখ্য যে, লক্ষ্যৰ পিছা কৰিবলৈ অহা দিল্লীয়ে আৰম্ভণিৰে পৰা এটাৰ পিছত এটাকৈ উইকেট হেৰুওৱাৰ ফলতেই মেচখনত পৰাজয়বৰণ কৰিবলগীয়া হয়।

প্ৰথমে বেটিং কৰা মুম্বাই ইণ্ডিয়ানছে অধিনায়ক হৰমনপ্ৰীত কৌৰৰ ৬৬ ৰান আৰু নেট স্কাইভাৰ-ব্ৰুণ্টৰ ৩০ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে।

ইফালে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ৮ ৰান বাকী থাকোতেই ইনিংছ সামৰে দিল্লী কেপিটেলছে। দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ১৪১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বেটিঙত দিল্লীৰ হৈ সামান্যতম যুঁজ দিয়া দেখা গৈছিল জেমিনাহ ৰড্ৰীগেছ, মাৰিজেন কেপ আৰু নিকি প্ৰসাদে। ৰড্ৰীগেছে ৩০, কেপে ৪০ আৰু নিকিয়ে ২৫ ৰানৰ ইনিংছ খেলে।

ইফালে মুম্বাইৰ ব্ৰুণ্টে তিনিটা, এমেলিয়া কেৰে দুটা আৰু ইছমাইল, হেইলি মেথিউছ আৰু ইছাকেই এটাকৈ উইকেট লাভ কৰে।

Tags: #BCCIDelhi CapitalsMumbai IndiansWPL

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025