• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘উগ্ৰ প্ৰদৰ্শনৰ সৈতে জড়িত হ’ব নালাগে মুছলমান, ইয়াৰ দ্বাৰা কেৱল ক্ষতিহে হয়’ মৌলানাৰ আহ্বান

Nation NE by Nation NE
April 13, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘উগ্ৰ প্ৰদৰ্শনৰ সৈতে জড়িত হ’ব নালাগে মুছলমান, ইয়াৰ দ্বাৰা কেৱল ক্ষতিহে হয়’ মৌলানাৰ আহ্বান
Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ মুৰ্শিদাবাদত ৱাকফ আইনৰ বিৰুদ্ধে হৈ থকা হিংসাই চৰম সীমা পাইছে। বৰ্তমানলৈকে এই হিংসাত ৩ গৰাকীয়ে নিজৰ প্ৰাণ হেৰুৱাইছে। লগতে ১৮ আৰক্ষীকৰ্মীও আহত হয় এই প্ৰতিবাদত।

এই সময়ছোৱাত কেন্দ্ৰৰ ফালৰ পৰা ৮টা দল সাজু কৰা হৈছে। কলিকতা হাই কৰ্টেও অসন্তুষ্টি প্ৰকাশ কৰিছে।

ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজনীতিৰে প্ৰেৰিত হৈ কিছু লোকে এই হিংসা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে। আনফালে আকৌ বিজেপিয়ে কয় যে, পশ্চিম বংগত বৰ্তমান কোনোৱেই সুৰক্ষিত নহয়। যাৰ বাবে ইয়াত ৰাষ্ট্ৰপতি শাসন বলৱৎ হ’ব লাগে।

আৰক্ষীৰ তথ্য অনুসৰি, বিগত শুকুৰবাৰে জুম্মাৰ নামাজত এক প্ৰদৰ্শনৰ আয়োজন কৰিছিল। যাৰ বাবে শমশেৰগংজত ডাকবংগলাৰ পৰা সুতীৰ-সজুৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথসমূহ বন্ধ কৰি দিয়া হৈছিল। প্ৰথমতে কেৱল পথহে অৱৰোধ কৰা হৈছিল, কোনো হিংসা বা আন্দোলন হোৱা নাছিল।

কিন্তু পিছত প্ৰদৰ্শনকাৰীয়ে আৰক্ষীৰ ওপৰত শিল বৰ্ষণ কৰে। কি কাৰণত আৰক্ষীৰ ওপৰত শিল দলিওৱা হয় এই বিষয়ে জানিব পৰা হোৱা নাই। কিন্তু এইয়া স্পষ্ট যে, এই ঘটনাৰ পিছতেই প্ৰদৰ্শনে হিংসুক ৰূপ লৈছে।

ইফালে মুৰ্শিদাবাদত হোৱা এই হিংসাৰ বিৰুদ্ধে মৌলানা বৰলেবীয়ে মুছলমানসকলক উগ্ৰ প্ৰদৰ্শন নকৰি শান্তি বৰ্তাই ৰাখিবলৈ আদেশ দিয়ে। তেওঁ জোৰ দি কয় যে, এনেধৰণৰ দ্বাৰা কেৱল ক্ষতিহে হয়, অন্য একো নহয়।

Tags: mamta banerjeemursidabadWAQF

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025