• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত ইজৰাইলৰ আক্ৰমণ চলি থকাৰ মাজতেই পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

Nation NE by Nation NE
September 23, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গাজাত ইজৰাইলৰ আক্ৰমণ চলি থকাৰ মাজতেই পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
Share on FacebookShare on TwitterWhatsApp

গাজাত ইজৰাইলে ধাৰাবাহিকভাৱে আক্ৰমণ সংঘটিত কৰি থকাৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক সাক্ষাত কৰা বিষয়টোৱে বেচ চৰ্চা লাভ কৰিছে।

দুয়োগৰাকীৰ মাজত হোৱা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে গাজাৰ মানৱীয় পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে গাজাত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সমৰ্থন নিশ্চিত কৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া ভ্ৰমণত আমেৰিকালৈ গৈছে আৰু দ্বিতীয় পৰ্যায়ৰ ভ্ৰমণত তেওঁ নিউয়ৰ্কত আছে। এই সময়ত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনৰ আঁৰত মাহমুদ আব্বাছক সাক্ষাৎ কৰে।

সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ পৰিণতিত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে গাজা। ইজৰাইলে গাজাত দ্ৰুত আক্ৰমণ চলাই হামাছৰ ঘাটিসমূহ ধ্বংস কৰিছে।

পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে হোৱা আলোচনাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে, ‘নিউয়ৰ্কত ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক সাক্ষাত কৰিছিলো। অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰো। পেলেষ্টাইনৰ জনসাধাৰণৰ সৈতে দীৰ্ঘম্যাদী বন্ধুত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে মত বিনিময় কৰো।‘

Tags: IsraelNarendra ModiPalestinePresident Abbas

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025