• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

Nation NE by Nation NE
October 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন
Share on FacebookShare on TwitterWhatsApp

১৮ অক্টোবৰত মহাৰাষ্ট্ৰৰ নাছিক ৰোড ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। ছট পূজাৰ বাবে ঘৰলৈ অহা তিনিজন যাত্ৰীক ৰে’লৰ পৰা পৰি যায়। থিতাতে দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। আহত ব্যক্তিজনক ততাতৈয়াকৈ এম্বুলেন্সেৰে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁ চিকিৎসাধীন হৈ আছে।

শনিবাৰে নিশা লোকমান্য তিলক টাৰ্মিনাছৰ পৰা নাচিক ৰোড ৰে’ল ষ্টেচনত ৰৈ নোযোৱাকৈ ৰাক্সাউল (বিহাৰ) অভিমুখে ৰাওনা হয় ৰে’লখন। ইয়াৰ পাছতে ওধা ৰে’ল ষ্টেচনৰ ষ্টেচন মেনেজাৰ আকাশে নাচিক ৰোড ৰে’ল বিভাগৰ সৈতে যোগাযোগ কৰি খবৰ দিয়ে যে ৰে’লখন যাত্ৰা কৰাৰ কিছু সময়ৰ পিছতে জেইল ৰোড হনুমান মন্দিৰৰ সমীপৰ ধীকালে নগৰ অঞ্চলত তিনিজন যুৱক ৰে’লৰ তলত পৰি যায়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপ পৰিদৰ্শক মালি, আৰক্ষী কনিষ্টবল ভোলে, আৰু নাশিক ৰোড থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক জিতেন্দ্ৰ সাপকালেৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হয়। ভূসাৱললৈ যোৱা ট্ৰেকত ১৯০/১ৰ পৰা ১৯০/৩ কিলোমিটাৰৰ ভিতৰত ৩০ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ দুজন যুৱক মৃত অৱস্থাত উদ্ধাৰ হয়। গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱক।

সংকটজনক অৱস্থাত থকা যুৱকজনক লগে লগে এম্বুলেন্সেৰে জিলা চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এতিয়াও নিশ্চিত হোৱা নাই যাত্ৰীসকলৰ পৰিচয়। উত্তৰ ভাৰতলৈ যোৱা ৰে’লসমূহত প্ৰায়ে ছট উৎসৱৰ বাবে ভিৰ হয়। সেয়ে প্ৰাথমিক তথ্য অনুসৰি ৰে’লৰ পৰা এজন লোক বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে।

Tags: #AccidentNasikTrain

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025