• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ বিপদত গান্ধী পৰিয়াল! আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ছোনিয়া-ৰাহুলক

Nation NE by Nation NE
May 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পুনৰ বিপদত গান্ধী পৰিয়াল! আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ছোনিয়া-ৰাহুলক
Share on FacebookShare on TwitterWhatsApp

নেশ্যনেল হেৰাল্ডৰ গোচৰত পুনৰ বিপদত গান্ধী পৰিয়াল। দিল্লীৰ ৰাউজ এভিনিউ আদালতে এই গোচৰত ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীক জাননী জাৰি কৰিছে। এইটো ধন সৰবৰাহৰ সৈতে জড়িত ইডিৰ গোচৰ।

ইডিৰ চাৰ্জশ্বীটৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ আদালতৰ ন্যায়াধীশ বিশাল গগনে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বাবে প্ৰডাকচন ৱাৰেণ্ট জাৰি কৰে। যোৱা ১০ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে গান্ধী পৰিয়ালে নেশ্যনেল হেৰাল্ডৰ গোচৰত জিলা আদালতত হাজিৰ হ’ব।

নেশ্যনেল হেৰাল্ডৰ গোচৰত ছোনিয়া আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীয়ে ২০১৫ চনৰ ১৯ ​​ডিচেম্বৰত প্ৰথমবাৰৰ বাবে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত হাজিৰ হৈ জামিন লাভ কৰিছিল। ২০১৫ চনৰ ৯ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত তেওঁলোক আদালতত হাজিৰ হৈছিল।

ইয়াৰ পিছত এই গোচৰত দুয়োকে ব্যক্তিগতভাৱে আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই দিয়া হৈছিল। এতিয়া ইডি গোচৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অহা ৮ মে’ত হাজিৰ হ’ব ৰাহুল-ছোনিয়া

আজি ৰাউজ এভিনিউ আদালতে জাননী জাৰি কৰি দুয়োকে ২০২৫ চনৰ ৮ মে’ত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰে। গোচৰৰ পৰৱৰ্তী শুনানি ৮ মে’ৰ বাবে নিৰ্ধাৰণ কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ অভিযোগনামা দাখিল কৰা প্ৰৱৰ্তন সঞ্চালকালয়ে ২০১৪ চনৰ ২৬ জুনত বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়ে দাখিল কৰা ব্যক্তিগত অভিযোগৰ পিছতেই ২০২১ চনত তদন্ত আৰম্ভ কৰিছিল।

ছোনিয়া, ৰাহুলৰ উপৰি এই গোচৰৰ অভিযুক্তৰ তালিকাত আছে সুমন ডুবে আৰু চেম পেট্ৰ’ডাৰ নাম। ইতিমধ্যে এই গোচৰৰ পৰিপ্ৰেক্ষিতত ৰাহুল-ছোনিয়াৰ কেইবাশ কোটিটকীয়া সম্পত্তি বাজেয়াপ্ত কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

Tags: EDNational HeraldRahul GandhiSonia Gandhi

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025