• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
24 °c
Guwahati
24 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

NCERT: ‘অপাৰেচন সেন্দুৰ’, ‘মিছন LIFE’ আৰু মহাকাশ সফলতাৰ ওপৰত ভিত্তি কৰি এই বিষয়সমূহ অন্তৰ্ভুক্ত হ’ব পাঠ্যক্ৰমত

Nation NE by Nation NE
July 30, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
NCERT: ‘অপাৰেচন সেন্দুৰ’, ‘মিছন LIFE’ আৰু মহাকাশ সফলতাৰ ওপৰত ভিত্তি কৰি এই বিষয়সমূহ অন্তৰ্ভুক্ত হ’ব পাঠ্যক্ৰমত
Share on FacebookShare on TwitterWhatsApp

এতিয়াৰে পৰা দেশৰ ছাত্ৰ-ছাত্ৰীসকলক এতিয়া কেৱল কিতাপতেই নহয়, শ্ৰেণীকোঠাতো ৰাষ্ট্ৰীয় নিৰাপত্তা, সামৰিক কৌশল আৰু কূটনীতিৰ গুৰুত্বৰ বিষয়ে শিকোৱা হ’ব। NCERTয়ে অতি সোনকালে ‘অপাৰেচন সেন্দুৰ’ৰ ওপৰত ভিত্তি কৰি এক বিশেষ পাঠদান ম’ডেল প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে, যিটো তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীক শিকোৱা হ’ব।

সূত্ৰ অনুসৰি এই ম’ডেলটো দুটা ভাগত হ’ব – এটা ক্লাছ ৩ৰ পৰা ৮ম আৰু আনটো ক্লাছ ৯ৰ পৰা ১২ লৈকে। প্ৰতিটো ম’ডেল প্ৰায় ৮ৰ পৰা ১০ পৃষ্ঠাৰ হ’ব, য’ত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ সামৰিক কাৰ্যকলাপৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হ’ব।

এই সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, এই ম’ডেলৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিয়া যে দেশখনে সন্ত্ৰাসবাদৰ দৰে ভাবুকিৰ সৈতে কেনেদৰে মোকাবিলা কৰে আৰু প্ৰতিৰক্ষা, কূটনীতি আৰু মন্ত্ৰালয়ৰ মাজত সমন্বয়ৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা কেনেদৰে নিশ্চিত কৰা হয়।

বিগত ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৬ জনকৈ লোকক সন্ত্ৰাসবাদীয়ে পৰিয়ালৰ সদস্যৰ সন্মুখত হত্যা কৰিছিল। ইয়াৰ পিছত ভাৰতে অপাৰেচন সেন্দুৰৰ অধীনত পাকিস্তান আৰু POKত থকা সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহক লক্ষ্য কৰি লয়, যাৰ ফলত ভাৰত-পাক সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হয় যি ৪দিন ধৰি চলিছিল।

তেওঁ লগতে কয় যে, এই বিশেষ পাঠদান ম’ডেলত ছাত্ৰ-ছাত্ৰীসকলক কেৱল অপাৰেচন সেন্দুৰৰ বিষয়ে অৱগত কৰাই নহয়, আন বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়েও অৱগত কৰা হ’ব। ইয়াত মিছন লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী)ৰ গভীৰ বুজাবুজি গঢ়ি তোলাত গুৰুত্ব দিয়া হ’ব, যাতে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশৰ প্ৰতি দায়িত্বশীল আচৰণ গ্ৰহণ কৰিবলৈ শিকিব পাৰে। লগতে ভাৰত-পাক বিভাজনৰ ভয়াৱহতায়ো এই পাঠ্যক্ৰমত স্থান লাভ কৰিব, যাতে নৱপ্ৰজন্মক দেশৰ ইতিহাসৰ তিক্ত সত্যৰ প্ৰতি সজাগ কৰিব পৰা যায়, যাৰ প্ৰভাৱ আজিলৈকে সমাজত অনুভৱ কৰা হয়।

ইয়াৰ উপৰিও মহাকাশ শক্তি হিচাপে উত্থান ঘটা ভাৰতৰ যাত্ৰাৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হ’ব। ইয়াত চন্দ্ৰযান মিছন টু আদিত্য এল ১ আৰু শেহতীয়াকৈ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) পোৱাৰ দৰে ঐতিহাসিক কৃতিত্বসমূহ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰা হ’ব। এই বিষয়সমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক চিন্তাধাৰা, পৰিৱেশ সচেতনতা আৰু জাতিটোৰ প্ৰতি গৌৰৱবোধ গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব। এই ম’ডেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক আধুনিক ভাৰতৰ কৃতিত্বৰ সৈতে সংযোগ কৰা আৰু তেওঁলোকক ৰাষ্ট্ৰীয় উন্নয়নৰ কাহিনী গৌৰৱেৰে কোৱা। অনাগত বছৰবোৰত এই ম’ডেললে ছাত্ৰ-ছাত্ৰীসকলক কেৱল জ্ঞান আহৰণ কৰাই নহয়, জাতি গঠনতো ভূমিকা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।

Tags: mission llifeNCERTOperation Sindoor

Related Posts

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026

শীৰ্ষ সংবাদ

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025