• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…

Nation NE by Nation NE
October 12, 2025
in Top News, BIG BREAKING, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…
Share on FacebookShare on TwitterWhatsApp

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত হ’ল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এনডিএ)ৰ আসন বিতৰণ প্ৰক্ৰিয়া। ৰাজ্যখনত এনডিএৰ সৰ্ববৃহত সহযোগী দল বিজেপি আৰু জেডিইউয়ে ১০১-১০১ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

ইফালে ছিৰাগ পাছৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টীয়ে (ৰাম বিলাস) ২৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তদুপৰি জীতন ৰাম মাঝি নেতৃত্বাধানী হিন্দুস্তানী আৱাম মৰ্চা চেকুলাৰক আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিয়া হৈছে ৬খন আসন।

আসন ভাগ বটোৱাৰা সন্দৰ্ভত মন্তব্য কৰি বিহাৰৰ বিজেপি প্ৰভাৰী বিনোদ তাওড়েই কয় যে আগন্তুক নিৰ্বাচনৰ বাবে এনডিএ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ সৈতে হোৱা সৌহাৰ্দপূৰ্ণ আলোচনাৰ অন্তত আসন বিতৰণ প্ৰক্ৰিয়া চূড়ান্ত কৰা হৈছে। এনডিএৰ সহযোগী কোনো এটা দল এই ভাগ বটোৱাৰাক লৈ অসন্তুষ্ট নহয়।

দল হিচাপত আসন

বিজেপি- ১০১ আসন

জেডিইউ- ১০১ আসন

এ জে পি (আৰ)- ২৯ আসন

HAM- ৬ আসন

উপেন্দ্ৰ কুশ্বৱাহাৰ RLMক ৬খন আসন

উল্লেখ্য যে, ২৪৩খন আসনযুক্ত বিহাৰ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত ক্ৰমে ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত কৰা হ’ব ভোটগণনা।

Tags: Assembly ElectionsBiharBJPJDULJPNDANitish Kumar

Related Posts

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025