• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

NDA চৰকাৰৰ পৰিকল্পনা! সঁচা হ’বনে এক ৰাষ্ট্ৰ-এক নিৰ্বাচন?

Nation NE by Nation NE
September 16, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
NDA চৰকাৰৰ পৰিকল্পনা!  সঁচা হ’বনে এক ৰাষ্ট্ৰ-এক নিৰ্বাচন?
Share on FacebookShare on TwitterWhatsApp

বিজেপি নেতৃত্বাধীন NDA চৰকাৰে লোকসভা নিৰ্বাচন ২০২৪ত জয়লাভ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ জুনত পুনৰ তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত, এইবাৰ এক ৰাষ্ট্ৰ-এক নিৰ্বাচনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল। এতিয়া NDA চৰকাৰে ইয়াৰ তৃতীয় কাৰ্যকালত এই সন্দৰ্ভত এটা শক্তিশালী পৰিকল্পনা কৰিছে।

লোকসভা নিৰ্বাচন ২০২৪ ত জয়ী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ দায়িত্ব গ্ৰহণ কৰিছে। এতিয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ইয়াৰ নতুন পৰিকল্পনা আনিছে।

মঙলবাৰে অৰ্থাৎ অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰে। ইয়াৰ এদিন পূৰ্বে, এই কথা পোহৰলৈ আহিছে যে, NDA চৰকাৰে এই কাৰ্যকালত ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ সন্দৰ্ভত এখন বিধেয়ক আনিব পাৰে। বিজেপিয়েও নিজৰ নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতিৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ ভাষণত ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰে। তেওঁ NDA ৰ সৈতে জড়িত সকলো ৰাজনৈতিক দলক এক ৰাষ্ট্ৰ-এক নিৰ্বাচনৰ বাবে একত্ৰিত হ’বলৈ অনুৰোধ জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, এই পদ্ধতিৰ দ্বাৰা লজিষ্টিক ব্যয় হ্ৰাস কৰা পাব। এই সন্দৰ্ভত তেওঁলোকে এখন আয়োগ গঠন কৰিছে আৰু ইয়াৰ প্ৰতিবেদন প্ৰাপ্ত কৰিছে। বৰ্তমান এই প্ৰতিবেদনখন বিশ্লেষণ কৰি থকা হৈছে। তেওঁলোকৰ এই প্ৰতিশ্ৰুতি কেৱল ৰাজনৈতিক নহয়। যি হৈছে দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে নিৰ্বাচনী সংস্কাৰৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাত একেলগে নিৰ্বাচনৰ প্ৰস্তাৱ দিছে।

সমিতিৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে, লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে, যাতে ‘একত্ৰিত নিৰ্বাচনচক্ৰ’ৰ বাবে এক শক্তিশালী পথ প্ৰস্তুত কৰিব পৰা যায়। অৱশ্যে, এই সমিতিৰ প্ৰতিবেদনে নিৰ্বাচনৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাছিল।  সাধাৰণতে প্ৰতি পাঁচ বছৰত বিধানসভা আৰু লোকসভা নিৰ্বাচন পৃথকে অনুষ্ঠিত হয়। অৱশ্যে কেতিয়াবা চৰকাৰ ভংগ হোৱাৰ বাবে পাঁচ বছৰতকৈও আগতে নিৰ্বাচন অনুষ্ঠিত হয়।

Tags: Modi GovernmentNDAPrime Minister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025