• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

NDA চৰকাৰৰ পৰিকল্পনা! সঁচা হ’বনে এক ৰাষ্ট্ৰ-এক নিৰ্বাচন?

Nation NE by Nation NE
September 16, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
NDA চৰকাৰৰ পৰিকল্পনা!  সঁচা হ’বনে এক ৰাষ্ট্ৰ-এক নিৰ্বাচন?
Share on FacebookShare on TwitterWhatsApp

বিজেপি নেতৃত্বাধীন NDA চৰকাৰে লোকসভা নিৰ্বাচন ২০২৪ত জয়লাভ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ জুনত পুনৰ তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত, এইবাৰ এক ৰাষ্ট্ৰ-এক নিৰ্বাচনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল। এতিয়া NDA চৰকাৰে ইয়াৰ তৃতীয় কাৰ্যকালত এই সন্দৰ্ভত এটা শক্তিশালী পৰিকল্পনা কৰিছে।

লোকসভা নিৰ্বাচন ২০২৪ ত জয়ী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ দায়িত্ব গ্ৰহণ কৰিছে। এতিয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ইয়াৰ নতুন পৰিকল্পনা আনিছে।

মঙলবাৰে অৰ্থাৎ অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰে। ইয়াৰ এদিন পূৰ্বে, এই কথা পোহৰলৈ আহিছে যে, NDA চৰকাৰে এই কাৰ্যকালত ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ সন্দৰ্ভত এখন বিধেয়ক আনিব পাৰে। বিজেপিয়েও নিজৰ নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতিৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ ভাষণত ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰে। তেওঁ NDA ৰ সৈতে জড়িত সকলো ৰাজনৈতিক দলক এক ৰাষ্ট্ৰ-এক নিৰ্বাচনৰ বাবে একত্ৰিত হ’বলৈ অনুৰোধ জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, এই পদ্ধতিৰ দ্বাৰা লজিষ্টিক ব্যয় হ্ৰাস কৰা পাব। এই সন্দৰ্ভত তেওঁলোকে এখন আয়োগ গঠন কৰিছে আৰু ইয়াৰ প্ৰতিবেদন প্ৰাপ্ত কৰিছে। বৰ্তমান এই প্ৰতিবেদনখন বিশ্লেষণ কৰি থকা হৈছে। তেওঁলোকৰ এই প্ৰতিশ্ৰুতি কেৱল ৰাজনৈতিক নহয়। যি হৈছে দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে নিৰ্বাচনী সংস্কাৰৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাত একেলগে নিৰ্বাচনৰ প্ৰস্তাৱ দিছে।

সমিতিৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে, লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে, যাতে ‘একত্ৰিত নিৰ্বাচনচক্ৰ’ৰ বাবে এক শক্তিশালী পথ প্ৰস্তুত কৰিব পৰা যায়। অৱশ্যে, এই সমিতিৰ প্ৰতিবেদনে নিৰ্বাচনৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাছিল।  সাধাৰণতে প্ৰতি পাঁচ বছৰত বিধানসভা আৰু লোকসভা নিৰ্বাচন পৃথকে অনুষ্ঠিত হয়। অৱশ্যে কেতিয়াবা চৰকাৰ ভংগ হোৱাৰ বাবে পাঁচ বছৰতকৈও আগতে নিৰ্বাচন অনুষ্ঠিত হয়।

Tags: Modi GovernmentNDAPrime Minister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025