• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলক নিয়ন্ত্ৰণৰ বাবে সাজু কেন্দ্ৰীয় চৰকাৰ

Nation NE by Nation NE
February 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলক নিয়ন্ত্ৰণৰ বাবে সাজু কেন্দ্ৰীয় চৰকাৰ
Share on FacebookShare on TwitterWhatsApp

ৰণবীৰ এলাহাবাদিয়াৰ লগতে একাংশ ইউটিউবাৰে কৰা অশ্লীল মন্তব্যৰ পিছতেই কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে আচৰণ বিধি আনিবলৈ সাজু হৈছে।

৫ৰ পৰা ৫০ লাখ অনুগামী থকা এই ইনফ্লুয়েঞ্চাৰসকলে এই ক’ড মানি চলিব লাগিব, যাতে ভৱিষ্যতে ইণ্ডিয়াজ গ’ট লেটেণ্টৰ দৰে অনুষ্ঠানে সমগ্ৰ দেশৰ মানুহৰ আৱেগক আঘাত নকৰে। ইয়াৰ উপৰি ইনফ্লুয়েঞ্চাৰসকলক কন্টেন্ট ৰেটিং দিয়াটোও বাধ্যতামূলক হ’ব।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু অ’টিটি কন্টেন্ট সন্দৰ্ভত চৰকাৰে বিভিন্ন পৰ্যায়ত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে শিশুসকলক অশ্লীল বিষয়বস্তুৰ পৰা আঁতৰাই ৰাখিবলৈ নিয়মৰ খচৰা প্ৰস্তুত, অ’টিটি প্লেটফৰ্মৰ স্ব-নিয়ন্ত্ৰণ সংস্থাসমূহৰ বাবে পৰামৰ্শ আৰু ডিজিটেল ইণ্ডিয়া বিলৰ খচৰা প্ৰস্তুতৰ কাম অব্যাহত আছে।

ইফালে ইণ্ডিয়াজ গ’ট লেটেণ্টৰ বিতৰ্কই দেশবাসীৰ সন্মুখত ছ’চিয়েল মিডিয়াৰ আন এক কুৎসিত ছবি দাঙি ধৰিছে। যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এলাহাবাদিয়াৰ আবেদনৰ শুনানিৰ সময়ত তীব্ৰ সমালোচনা কৰে।

উচ্চতম ন্যায়ালয়ে দিয়া এই আচৰণ বিধি উলংঘা কৰিলে দেশত প্ৰযোজ্য থকা বৰ্তমানৰ অপৰাধমূলক আইন আৰু বিশেষ আইনসমূহৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই আইনত জৰিমনা আৰু শাস্তিৰ ব্যৱস্থা আছে।

বিগত মাহৰ ৩ জানুৱাৰীত তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ছ’চিয়েল মিডিয়াত মুকলিকৈ প্ৰচাৰিত অশ্লীল বিষয়বস্তুৰ পৰা ১৮ বছৰৰ তলৰ শিশুক আঁতৰাই ৰাখিবলৈ ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্ট-২০২৩ৰ নিয়মৰ খচৰা প্ৰকাশ কৰিছিল। ইয়াত নাবালকসকলে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ অভিভাৱকৰ সন্মতি বাধ্যতামূলক কৰা হৈছে। পৰামৰ্শ আৰু আপত্তিসমূহ বিবেচনা কৰাৰ পিছত অতি সোনকালে ইয়াক কাৰ্যকৰী কৰা হ’ব।

আনহাতে ছ’চিয়েল মিডিয়াত অশ্লীলতা বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ আই টি আইনখনৰ ঠাইত ডিজিটেল ইণ্ডিয়া বিল অনাৰ কামত ব্যস্ত হৈ পৰিছে।

Tags: InfluencerRanveer AllahbadiaSocial MediaSupreme Court

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025