• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, September 5, 2025
29 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল বিজেপিৰ BTC নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা, জানক সম্পূৰ্ণ তালিকা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবকে ধৰি মুঠ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিলে চৰকাৰে

      Nation NE by Nation NE
      September 5, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবকে ধৰি মুঠ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিলে চৰকাৰে
      Share on FacebookShare on TwitterWhatsApp

      নেপাল চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবকে ধৰি মুঠ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰে। নেপালৰ মানুহে আৰু ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ এপ।

      আচলতে চৰকাৰে এই কোম্পানীবোৰক নেপালত পঞ্জীয়ন কৰিবলৈ কৈছিল। সময়সীমাৰ ভিতৰত পঞ্জীয়ন নকৰা সকলো কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু বহুতে এই সিদ্ধান্তক সমালোচনা কৰি মুক্ত বাক্যৰ ওপৰত নিষেধাজ্ঞা আখ্যা দিছে।

      নেপালৰ যোগাযোগ আৰু তথ্য মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে কয় যে, চৰকাৰে অবিৰতভাৱে ২৬টা সৰ্বাধিক ব্যৱহৃত কোম্পানীলৈ জাননী প্ৰেৰণ কৰি দেশত নিজৰ কোম্পানী পঞ্জীয়ন কৰিবলৈ কৈছিল, কিন্তু তেওঁলোকে তেনে কৰা নাছিল। এই কাৰণতে তাৎক্ষণিকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

      টেলিকম কৰ্তৃপক্ষক এই ছাইটসমূহ নেপালত পঞ্জীয়ন নকৰালৈকে ব্লক কৰি ৰাখিবলৈ নিৰ্দেশ দিছে মন্ত্ৰালয়ে। খবৰ অনুসৰি, এই কোম্পানীসমূহক পঞ্জীয়নৰ বাবে ২৮ আগষ্টলৈকে সময় দিয়া হৈছিল। সময়সীমাৰ এসপ্তাহৰ পাছত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে।

      গুৰুঙে কয় যে নেপালত টিকটক, ভাইবাৰকে ধৰি ৫টা কোম্পানীয়ে পঞ্জীয়ন কৰিছে। ইয়াৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। উল্লেখ্য যে নেপালেও ২০২৩ চনত টিকটক নিষিদ্ধ কৰিছিল।পিছলৈ যেতিয়া কোম্পানীটোৱে পঞ্জীয়ন কৰিবলৈ সন্মত হৈছিল, তেতিয়া ২০২৪ চনত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল।

      ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ বাবে নেপাল চৰকাৰক সমালোচনা কৰা হৈছে। সমালোচকসকলে কয় যে, বিৰোধীৰ কণ্ঠ দমন কৰিবলৈ চৰকাৰে পঞ্জীয়ন বাধ্যতামূলক কৰিছিল। ইয়াৰ বাহিৰেও বহু চৰ্ত ইমানেই কঠোৰ যে সেইবোৰ মানি চলাটো কঠিন। একে সময়তে একাংশই কয় যে ইয়াৰ ফলত নেপালৰ ভাবমূর্তিত বেয়া প্রভাৱ পৰিব৷

      Tags: #NepalAppSocial Media

      Related Posts

      চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!
      Top News

      চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

      September 5, 2025
      যদি চেনি খোৱাটো অস্বাস্থ্যকৰ, তেন্তে মিঠাই খোৱাটো স্বাস্থ্যৰ পক্ষে কেনেকৈ উপকাৰী? GST কাউন্সিলৰ এই সিদ্ধান্তত আচৰিত…

      চীন-পাকিস্তানৰ সম্পৰ্কত ফাট! লাখ টকাৰ প্ৰকল্প এটাৰ পৰা হঠাতে আঁতৰি গ’ল ‘ড্ৰেগন’! জানক সবিশেষ…
      Top News

      চীন-পাকিস্তানৰ সম্পৰ্কত ফাট! লাখ টকাৰ প্ৰকল্প এটাৰ পৰা হঠাতে আঁতৰি গ’ল ‘ড্ৰেগন’! জানক সবিশেষ…

      September 5, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      September 5, 2025
      ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

      September 4, 2025
      ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী
      Top News

      ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

      September 4, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist