• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৪৩৩২ দিনৰ অন্তত টেষ্ট শৃংখলা হেৰুৱালে ভাৰতে; নিউজিলেণ্ডে ৰচিলে ইতিহাস

Nation NE by Nation NE
October 26, 2024
in Top News, ক্ৰীড়া
0 0
৪৩৩২ দিনৰ অন্তত টেষ্ট শৃংখলা হেৰুৱালে ভাৰতে; নিউজিলেণ্ডে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

মিচেল ছাণ্টনাৰৰ যাদুকৰী স্পিন আৰু অধিনায়ক টম লেথামে খেলা ইনিংছৰ বাবেই পুনেত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত নিউজিলেণ্ডে ভাৰতক ১১৩ ৰানত পৰাস্ত কৰে।

আজিৰ জয়ৰ লগে লগে নিউজিলেণ্ডে তিনিখন মেচৰ টেষ্ট শৃংখলাটো ২-০ত অগ্ৰগতি লাভ কৰাৰ লগতে শৃংখলাটোও দখল কৰে।

উল্লেখ্য যে, ভাৰতৰ ভূমিত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ড দলে টেষ্ট শৃংখলা জয় হ’বলৈ সক্ষম হৈছে।

ইফালে ভাৰতে নিজৰ ভূমিত ৪৩৩২ দিনৰ অন্তত পৰাস্ত হৈছে টেষ্ট শৃংখলা। ইয়াৰ পূৰ্বে ২০১২ চনত ইংলেণ্ডে ভাৰতৰ মাটিত টেষ্ট শৃংখলাত জয়লাভ কৰিছিল। সেইসময়ত ভাৰতৰ অধিনায়ক আছিল ধোনী।

এতিয়া ১২ বছৰৰ পাছত পুনৰ এবাৰ ঘৰৰ মাটিত টেষ্ট শৃংখলাত পৰাস্ত হৈছে টিম ইণ্ডিয়া। ইফালে একেৰাহে ১৮টা টেষ্ট শৃংখলাত জয়ী হৈ অহা এই ধাৰাও স্তব্ধ হয় ভাৰতৰ।

উল্লেখ্য যে, তিনিখন মেচৰ শৃংখলাৰ দ্বিতীয়খন মেচত নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ইনিংছত আলহী দলটোৱে ২৫৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত টিম ইণ্ডিয়াই প্ৰথম ইনিংছত মাত্ৰ ১৫৬ ৰানহে কৰিব পাৰিছিল। এইদৰে আলহী দলটোৱে ১০৩ ৰানৰ বিশাল অগ্ৰগতি লাভ কৰে।

দ্বিতীয় ইনিংছত নিউজিলেণ্ডে ২৫৫ ৰান সংগ্ৰহ কৰি ভাৰতক ৩৫৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আয়োজক দলটোৱে মাত্ৰ ২৪৫ ৰানহে কৰিব পাৰিছিল।

অৱশ্যে এটা সময়ত ভাৰতৰ স্ক’ৰ এটা উইকেটত ৯৬ ৰান আছিল যদিও মিডল অৰ্ডাৰ সম্পূৰ্ণৰূপে ফ্লপ হিচাপে পৰিগণিত হয়।

নিউজিলেণ্ডৰ এই ঐতিহাসিক জয়ৰ নায়ক আছিল মিচেল ছাণ্টনাৰ। এই মেচখনত ছান্টনাৰে মুঠ ১৩টা উইকেট দখল কৰে। প্ৰথম ইনিংছত ছান্টনাৰে ৭ জন ভাৰতীয় বেটছমেনক পেভিলিয়নলৈ প্ৰেৰণ কৰে। দ্বিতীয় ইনিংছত তেওঁ ৬টা উইকেট লাভ কৰে।

৩৫৯ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ যোৱা টিম ইণ্ডিয়াৰ হৈ যশস্বী জয়ছৱালে ৬৫ বলত ৭৭ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ বেটৰ পৰা ৯টা চাৰি আৰু ৩টা ছয়। ইয়াৰ উপৰি ৰোহিত শৰ্মা ০৮, শুভমন গিল ২৩, বিৰাট কোহলী ১৭, ঋষভ পন্ত ০, ৱাশ্বিংটন সুন্দৰ ২১, ছৰফৰাজ খান ৯ আৰু ৰবিচন্দ্ৰন অশ্বিন ১৮ ৰান সংগ্ৰহ কৰি আউট হয়। ৰবীন্দ্ৰ জাদেজাই ৪২ ৰানৰ ইনিংছ খেলিছিল।

Tags: IndiaNew ZealandTest Series

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025