• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব জোকাৰি যোৱা পেহেলগাম ঘটনাৰ তদন্তৰ দায়িত্ব NIAক

Nation NE by Nation NE
April 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিশ্ব জোকাৰি যোৱা পেহেলগাম ঘটনাৰ তদন্তৰ দায়িত্ব NIAক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে চলোৱা নৃশংস আক্ৰমণৰ তদন্ত চলাব ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এন আই এয়ে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ঘটনাস্থলত ফৰেনছিক দল আৰু তদন্তকাৰী দলকে ধৰি এন আই এৰ দল উপস্থিত আছে।

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰাৰ পিছত ঘটনা সন্দৰ্ভত এন আই এয়ে আনুষ্ঠানিকভাৱে এটা গোচৰ পঞ্জীয়ন কৰিছে।

প্ৰমাণ সংগ্ৰহত ব্যস্ত এন আই এ

এটা আগশাৰীৰ সংবাদ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰি প্ৰমাণ সংগ্ৰহত ব্যস্ত হৈ পৰিছে এনআইএৰ দল। এ আই এৰ বিশেষ দলসমূহে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা পৰা পৰ্যটককে ধৰি প্ৰত্যক্ষদৰ্শীৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছে।

একে সময়তে জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে মানৱবিহীন বিমান (ইউ এ ভি) আৰু ড্ৰ’নৰ সহায়ত সন্ত্ৰাসবাদীৰ সন্ধানত ব্যাপক অভিযান অব্যাহত ৰাখিছে।

বিষয়াসকলে জনোৱা মতে, মঙলবাৰৰ পৰা দলসমূহে প্ৰত্যক্ষদৰ্শীৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰে। উল্লেখ্য যে, আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ নিৰন্তৰ অভিযানৰ বাবে যোৱা কিছুদিনৰ পৰা দক্ষিণ আৰু উত্তৰ কাশ্মীৰত কিছু এনকাউণ্টাৰ সংঘটিত হৈছে আৰু শুকুৰবাৰে বান্দিপোৰা জিলাত লস্কৰৰ শীৰ্ষ নেতা আলতাফ লালি নিহত হয়।

উল্লেখ্য যে, ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। পাঁচজনৰ পৰা সাতজন সন্ত্ৰাসবাদীয়ে এই নৃশংস কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

Tags: NIApahalgamTerror Attack

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025