• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কংগ্ৰেছৰ সময়ত কোনেও উৎকোচ নিদিয়াকৈ পোৱা নাছিল চাকৰি : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Nation NE by Nation NE
September 30, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
APSC ৰ আৰ্হিত অনুষ্ঠিত নহয় ADRE, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত চাকৰি প্ৰত্যাশী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে ৰাজ্যত কংগ্ৰেছৰ শাসন কালত কোনো লোকে উৎকোচ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা নাছিল।

কংগ্ৰেছক ভ্ৰষ্টাচাৰী আখ্যা দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁৰ কাৰ্যকালত দুই লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰাটোৱেই তেওঁৰ মূল উদ্দেশ্য।

সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দাবী কৰে যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যখনত ১.৪ লাখ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিছে।

সোমবাৰে মুখ্যমন্ত্ৰী শৰ্মাই আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভণি কৰি দিয়া ভাষণত কয়, ‘কংগ্ৰেছৰ শাসনকালত যুৱক-যুৱতীসকলে উৎকোচ নিদিয়াকৈ চৰকাৰী চাকৰি পাব বুলি বিশ্বাস কৰা নাছিল। কম দৰমহাৰ চাকৰিৰ বাবেও এক কোটি টকা পৰ্যন্ত উৎকোচ দিব লগা হৈছিল।‘

তেওঁ অভিযোগ কৰে যে আগতে কংগ্ৰেছ চৰকাৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদৰ বাবে এনে লোকক বাছনি কৰিছিল, যাৰ পৰা চাকৰিৰ বিনিময়ত ধন সংগ্ৰহ কৰিব পাৰিছিল।

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, ‘এতিয়া কাঁইটীয়া যুগৰ অন্ত পৰিছে। এতিয়া আমি উৎকোচ নোলোৱাকৈ স্বচ্ছভাৱে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছো। লক্ষ্যতকৈ (এক লাখ) অধিক ১.৪ লাখ যুৱকক চৰকাৰী চাকৰি দিয়া হৈছে। ২০২৬ চনৰ ভিতৰত দুই লাখ যুৱক-যুৱতীক চাকৰিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে’।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে অসমত প্ৰতি বছৰে এক লাখ লোকক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে পিছত তেওঁ নিজৰ বক্তব্য শুধৰাই কৈছিল যে এই সংখ্যা পাঁচ বছৰৰ বাবে।

Tags: #Assam#CongressAllegationHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025