• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মণিপুৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ সন্দৰ্ভত কনৰাড চাংমাৰ গুৰুত্বপূৰ্ণ মন্তব্য

Nation NE by Nation NE
November 18, 2024
in Top News, উত্তৰ পূৱ, মণিপুৰ
0 0
মণিপুৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ সন্দৰ্ভত কনৰাড চাংমাৰ গুৰুত্বপূৰ্ণ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি নেশ্যনেল পিপলছ পাৰ্টী চমুকৈ এন পি পিয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। দেওবাৰে এই ঘোষণা কৰে কনৰাড চাংমাই।

শেহতীয়াকৈ তেওঁ আজি শ্বিলঙত সমৰ্থন প্ৰত্যাহাৰ সন্দৰ্ভত আন এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে যদিহে মণিপুৰ চৰকাৰৰ নেতৃত্ব সলনি হয় তেন্তে এন পি পিয়ে পুনৰ বিজেপি চৰকাৰক সমৰ্থন জনাব।

উল্লেখ্য যে, এন বীৰেণ সিং নেতৃত্বাধীন চৰকাৰখনে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হোৱা বুলি অভিযোগ তুলি দেওবাৰে এন পি পিৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ পত্ৰ প্ৰেৰণ কৰি সমৰ্থন প্ৰত্যাহাৰৰ কথা জনায়।

‘বিগত কিছু দিনৰ পৰা মণিপুৰৰ অৱস্থা আৰু অধিক শোচনীয় হৈছে আৰু বহুতে নিজৰ প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ জনসাধৰণে অতি দুখ-কষ্টৰে জীৱন অতিবাহিত কৰিছে’, পত্ৰযোগে এই কথা উল্লেখ কৰে।

চাংমাই লগতে কয়, ‘বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰৰ বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ প্ৰতি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

উল্লেখ্য যে, ৬০ জনীয়া সদস্যৰে গঠিত মণিপুৰ বিধানসভাত কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলৰ ৭ গৰাকী বিধায়ক আছে। অৱশ্যে এন পি পি দলৰ সমৰ্থন প্ৰত্যাহাৰে মণিপুৰ চৰকাৰৰ কোনো ক্ষতি বা বিপদ নহয়।

Tags: #ManipurConrad K. SangmaN Biren SinghNational People’s PartyNPP

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025