• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মণিপুৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ সন্দৰ্ভত কনৰাড চাংমাৰ গুৰুত্বপূৰ্ণ মন্তব্য

Nation NE by Nation NE
November 18, 2024
in Top News, উত্তৰ পূৱ, মণিপুৰ
0 0
মণিপুৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ সন্দৰ্ভত কনৰাড চাংমাৰ গুৰুত্বপূৰ্ণ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি নেশ্যনেল পিপলছ পাৰ্টী চমুকৈ এন পি পিয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। দেওবাৰে এই ঘোষণা কৰে কনৰাড চাংমাই।

শেহতীয়াকৈ তেওঁ আজি শ্বিলঙত সমৰ্থন প্ৰত্যাহাৰ সন্দৰ্ভত আন এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে যদিহে মণিপুৰ চৰকাৰৰ নেতৃত্ব সলনি হয় তেন্তে এন পি পিয়ে পুনৰ বিজেপি চৰকাৰক সমৰ্থন জনাব।

উল্লেখ্য যে, এন বীৰেণ সিং নেতৃত্বাধীন চৰকাৰখনে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হোৱা বুলি অভিযোগ তুলি দেওবাৰে এন পি পিৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ পত্ৰ প্ৰেৰণ কৰি সমৰ্থন প্ৰত্যাহাৰৰ কথা জনায়।

‘বিগত কিছু দিনৰ পৰা মণিপুৰৰ অৱস্থা আৰু অধিক শোচনীয় হৈছে আৰু বহুতে নিজৰ প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ জনসাধৰণে অতি দুখ-কষ্টৰে জীৱন অতিবাহিত কৰিছে’, পত্ৰযোগে এই কথা উল্লেখ কৰে।

চাংমাই লগতে কয়, ‘বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰৰ বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ প্ৰতি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

উল্লেখ্য যে, ৬০ জনীয়া সদস্যৰে গঠিত মণিপুৰ বিধানসভাত কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলৰ ৭ গৰাকী বিধায়ক আছে। অৱশ্যে এন পি পি দলৰ সমৰ্থন প্ৰত্যাহাৰে মণিপুৰ চৰকাৰৰ কোনো ক্ষতি বা বিপদ নহয়।

Tags: #ManipurConrad K. SangmaN Biren SinghNational People’s PartyNPP

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025