• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ওড়িশাত ফুৰিবলৈ যোৱা যুৱক-যুৱতীৰ সৈতে ভয়ানক কাণ্ড

Nation NE by Nation NE
June 17, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ওড়িশাত ফুৰিবলৈ যোৱা যুৱক-যুৱতীৰ সৈতে ভয়ানক কাণ্ড
Share on FacebookShare on TwitterWhatsApp

ওড়িশাৰ গোপালপুৰত এক ভয়ানক ঘটনাৰ সন্মুখীন হৈছে এহাল যুৱক-যুৱতী। গোপালপুৰ বিলত এগৰাকী যুৱতীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ। কেৱল সেয়াই নহয়, পুৰুষ বন্ধুকো মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে,  দেওবাৰে ওড়িশাৰ ৰাজা মহোৎসৱত অংশ ল’বলৈ তাই এজন পুৰুষ বন্ধুৰ সৈতে গোপালপুৰলৈ গৈছিল। ২০ বছৰীয়া যুৱতীগৰাকী আৰু তেওঁৰ বন্ধুৱে উৎসৱৰ মূল অনুষ্ঠানৰ পিছত বিলৰ নিৰ্জন অংশত ফুৰিবলৈ গৈছিল।

অভিযোগ অনুসৰি, সেই ঠাইলৈ আহি এদল অচিনাকি যুৱকে তেওঁলোকক খেদি পঠিয়ায়। সেই গ্ৰুপটোত ১০ জনকৈ লোক আছিল। তেওঁলোকে দুয়োকে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। যুৱতীগৰাকীৰ বন্ধুৱে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰাত এই ১০ জন যুৱকে যুৱতীগৰাকীৰ নিৰ্মম কাণ্ড সংঘটিত কৰে।

বেৰহামপুৰৰ আৰক্ষী অধীক্ষক বিবেক সৰৱণাই জানিবলৈ দিয়া মতে, এই কাণ্ডত ইতিমধ্যে এফআইআৰ ৰুজু হৈছে। যুৱতীগৰাকী আৰু তেওঁৰ বন্ধুৰ অভিযোগৰ ভিত্তিত ৭জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক তিনিজন লোকৰ সন্ধান বৰ্তমান অব্যাহত আছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে অভিযুক্তসকল স্থানীয় বাসিন্দা নহয়, পৰ্যটকহে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আটকাধীন লোকসকলক জেৰা কৰি বাকীসকলৰ সন্ধান উলিয়াবলৈ চেষ্টা চলোৱা হৈছে। একে সময়তে সৰৱণাই কয় যে, অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন কৰা হৈছে। অতি সোনকালে দোষীক গ্ৰেপ্তাৰ কৰা হ’ব।

আনহাতে, ভুক্তভোগী যুৱতীগৰাকী আৰু তেওঁৰ বন্ধুক এম কে চি জি মেডিকেলত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, ভুক্তভোগীৰ শাৰীৰিক পৰীক্ষা কৰা হ’ব। এই ঘটনাই পৰ্যটকৰ মাজত আতংক বিয়পি পৰিছে। কাৰণ পুৰীৰ লগতে ওড়িশাৰ এই সাগৰীয় বিলখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। তাত এনে ঘটনা সংঘটিত হোৱাটো সঁচাকৈয়ে আংশকাৰ কাৰণ।

Tags: CaseIndiaOdisha

Related Posts

‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025