• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এম্বুলেঞ্চত প্ৰচণ্ড খুন্দা পিকআপ বাহনৰ; ঘটনাস্থলতে মৃত্যু ৰোগীৰ আত্মীয়ৰ

Nation NE by Nation NE
March 25, 2025
in Top News, অসম
0 0
এম্বুলেঞ্চত প্ৰচণ্ড খুন্দা পিকআপ বাহনৰ; ঘটনাস্থলতে মৃত্যু ৰোগীৰ আত্মীয়ৰ
Share on FacebookShare on TwitterWhatsApp

নগাঁৱৰ কলিয়াবৰ বৰুৱা চুকৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰোগী কঢ়িয়াই অনা এখন এম্বুলেঞ্চ আৰু পিকআপ বাহনৰ মাজত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। এই সংঘৰ্ষত এম্বুলেঞ্চখনত থকা ৰোগীৰ এজন আত্মীয়ৰ থিতাতে মৃত্যু হয়। শোকাৱহভাৱে মৃত্যুক আকোৱালি লোৱা লোকজনক সঞ্জয় ওৰাং বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, কলিয়াবৰ আমলখী চাহ বাগিছাৰ কাঞ্চন বস্তিৰ পৰা এম্বুলেঞ্চৰ জৰিয়তে চিকিৎসাৰ বাবে আহিছিল কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ। তেনে সময়তে বৰুৱা চুকত যোৰহাট দিশে (একে দিশে) গৈ থকা সংবাদ মাধ‍্যমৰ সামগ্ৰী কঢ়িয়াই নিয়া AS 01 RC 2989 নম্বৰৰ পিকআপ বাহনখনত এম্বুলেঞ্চখনে পাছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে।

এম্বুলেন্সখনত খুন্দা মৰাৰ পিছতেই সামগ্ৰী ভৰ্তি পিকআপ বাহনখন পথৰ কাষৰ হাবিয়নিত সোমায় পৰে। আনহাতে এম্বুলেঞ্চখনত থকা সঞ্জয় ওৰাঙৰ মৃত্যু হোৱাৰ লগতে সঞ্জয়ৰ পত্নী গুৰুতৰভাৱে আহত হয়।

আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ লৈ প্ৰেৰণৰ ব‍্যৱস্থা কৰে।

ৰাষ্ট্ৰীয় পথত থকা গতি ৰোধকৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় প্ৰত‍্যক্ষ দৰ্শীয়ে জানিবলৈ দিয়ে।

Tags: #AccidentAmbulanceKoliaborNagaon

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025