• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 12, 2025
30 °c
Guwahati
28 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

    আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

      Nation NE by Nation NE
      May 11, 2025
      in Top News, অসম
      0 0
      যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক
      Share on FacebookShare on TwitterWhatsApp

      ১০ এপ্ৰিলত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণাৰ পাছত আজি প্ৰধানমন্ত্ৰী মোদীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, চিডিএছ অমিল চৌহান, এনএছএ অজিত ডোভাল আৰু তিনিওটা সেনাৰ মুৰব্বী উপস্থিত থাকে।

      এই বৈঠক দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হৈছে। এই বৈঠকত অপাৰেশ্যন সেন্দুৰৰ পিছত পাকিস্তানৰ সৈতে ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত অনুষ্ঠিত হৈছে।

      ২০২৫ চনৰ ৭ মে’ত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে ২৬ জন পৰ্যটকৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই অভিযান চলোৱা হৈছিল, য’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস হৈছিল। এই বিমান আক্ৰমণত ১০০ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে।

      উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৫ চনৰ ১০ মে’ শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ চুক্তি ঘোষণা কৰে। আমেৰিকাৰ মধ্যস্থতাত হোৱা আলোচনাৰ বাবেই সেয়া সম্ভৱ হোৱা বুলি দাবী কৰা হৈছে।

      বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ১০ মে’ ত সামাজিক মাধ্যমত এই সন্দৰ্ভত তথ্য প্ৰদান কৰি লিখিছে যে, ভাৰত-পাকিস্তানে গুলীচালনা আৰু সামৰিক ব্যৱস্থা বন্ধ কৰিবলৈ সন্মত হৈছে। ভাৰতে ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদৰ সকলো ৰূপ প্ৰকাশৰ বিৰুদ্ধে দৃঢ় আৰু অদম্য স্থিতি গ্ৰহণ কৰি আহিছে।

      Tags: kashmirMeetingOperation Sindoor

      Related Posts

      ভয়ংকৰ অৰ্থসংকটত ভুগিছে বাংলাদেশ, অচল হৈ পৰিছে দেশখনৰ অৱস্থা
      Top News

      নিষেধাজ্ঞাৰ পিছত ইউনুছ চৰকাৰলৈ আৱামী লীগৰ প্ৰতিক্ৰিয়া

      May 12, 2025
      কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ’ব IPL ২০২৫ ? জানক সবিশেষ…
      Top News

      কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ’ব IPL ২০২৫ ? জানক সবিশেষ…

      May 12, 2025
      ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জনৰ প্ৰাহানিৰ লগতে আহত ৩০ জনতকৈও অধিক
      Top News

      ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জনৰ প্ৰাহানিৰ লগতে আহত ৩০ জনতকৈও অধিক

      May 12, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      May 12, 2025
      পিৰিয়ড ক্ৰেম্পৰ পৰা সকাহ পাবলৈ সেৱন কৰক এই পানীয়
      Top News

      পিৰিয়ড ক্ৰেম্পৰ পৰা সকাহ পাবলৈ সেৱন কৰক এই পানীয়

      May 11, 2025
      এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় মহিলা বেটছমেন…
      Top News

      এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় মহিলা বেটছমেন…

      May 11, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist