• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘কোনো তৃতীয় দেশে ভাৰতক অপাৰেচন সেন্দূৰ বন্ধ কৰিবলৈ কোৱা নাই’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Nation NE by Nation NE
July 30, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শিৰোনাম দখল কৰিব পাৰে কিন্তু হৃদয়ত স্থান দখল কৰিব নোৱাৰে : কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ অনুৰোধৰ পিছতে ১০ মে’ৰ যুদ্ধবিৰতিৰ ওপৰত সহমত হোৱা বুলি চৰকাৰৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোনো দেশৰ কোনো নেতাই ভাৰতক অপাৰেচন সেন্দুৰ বন্ধ কৰিবলৈ কোৱা নাই।

২৯ জুলাইত লোকসভাত অপাৰেচন সিন্দুৰ আৰু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি কৰা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবীৰ বিৰোধিতা কিয় কৰা নাছিল বুলি প্ৰশ্ন কৰে।

এই বিষয়ত প্রথমবাৰৰ বাবে প্রকাশ কৰি প্রধানমন্ত্রীয়ে কয় যে, অপাৰেচন সেন্দুৰ কোনো হিংসাত্মক কার্য নহয়। বিশ্বৰ কোনো নেতাই অপাৰেচন সেন্দুৰ বন্ধ কৰিবলৈ কোৱা নাছিল বুলিও প্ৰধানমন্ত্ৰী জানিবলৈ দিয়ে।  তেওঁ দৃঢ়তাৰে কয় যে, যদিহে পাকিস্তানে আক্ৰমণ কৰে, তেন্তে ইয়াৰ এটা ডাঙৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ভাৰতে। ১০ মে’ত ভাৰতে পাকিস্তানৰ সামৰিক শক্তি ধ্বংস কৰিছিল আৰু সেয়াই আছিল ভাৰতৰ অপাৰেচন সেন্দুৰৰ প্ৰতি সঁহাৰি। আনকি পাকিস্তানেও এতিয়া বুজি পাইছে যে ভাৰতৰ পৰা অহা প্ৰতিটো সঁহাৰি পূৰ্বৰ তুলনাত ডাঙৰ। ভৱিষ্যতে যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে ভাৰত যিকোনো পৰিসৰলৈ যাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, বিগত ৭ মে’ত পাকিস্তান আৰু POKৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণৰ পিছত ভাৰতে স্পষ্ট কৰি দিছিল যে ভাৰতে নিজৰ লক্ষ্যত উপনীত হৈছে। যেতিয়া পাকিস্তানে সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ হস্তক্ষেপ কৰিছিল তেতিয়াহে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ইয়াক বছৰ বছৰ ধৰি মনত ৰখা এটা পাঠ শিকাইছিল।

অপাৰেচন সেন্দূৰ বিতৰ্কত অংশ লৈ প্ৰধানমন্ত্ৰীৰ কয় য়ে, কোনো বিশ্ব নেতাই তথা কোনো তৃতীয় দেশে ভাৰতক অপাৰেচন সেন্দূৰ বন্ধ কৰিবলৈ কোৱা নাছিল। বৰঞ্চ পাকিস্তানৰ মিনতিতহে হৈছিল যুদ্ধবিৰতি।প্ৰধানমন্ত্ৰীজনে কয় যে, ভাৰতে কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰৰ ব্লেকমেইলিঙত শিৰনত নকৰে। মেড ইন ইণ্ডিয়া ড্ৰোন, মিছাইলত ধ্বংস হৈছে পাকিস্তানৰ অহংকাৰ।

Tags: ModiOperation SindoorPakistan

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025