• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 16, 2025
29 °c
Guwahati
29 ° Thu
30 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    হাতী-মানুহৰ সংঘাত, ৭খনকৈ বাসগৃহত ধ্বংসলীলা…

    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ প্ৰকাশ! উদযাপনৰ বাবে পাকিস্তানী সন্ত্ৰাসবাদীৰ গু*লীচা*ল*না

      Nation NE by Nation NE
      July 16, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…
      Share on FacebookShare on TwitterWhatsApp

      ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। এতিয়া এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীয়ে ৰাষ্ট্ৰীয় তদন্ত সংস্থাক দিয়া তথ্যই চাঞ্চল্যকৰ। সূত্ৰ অনুসৰি, এই সাক্ষীয়ে জনাইছে যে এই আক্ৰমণৰ পিছত তিনিজন পাকিস্তানী সন্ত্ৰাসবাদীয়ে উদযাপনৰ বাবে বতাহত চাৰিটা গুলীচালনা কৰে।

      তদন্তকাৰী সংস্থাই এই স্থানীয় প্ৰত্যক্ষদৰ্শীক তাৰকা সুৰক্ষিত সাক্ষী হিচাপে ঘোষণা কৰিছে। জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সহায়ত এই সাক্ষীক NIA-এ বিচাৰি পালে। এই ব্যক্তিজন আক্ৰমণৰ ঠিক পিছতেই সেই স্থানৰ ওচৰত আছিল আৰু তেওঁ সন্ত্ৰাসবাদীৰ মুখামুখি হৈছিল।

      এজন তদন্তকাৰী বিষয়াই জনোৱা অনুসৰি, সন্ত্ৰাসবাদীয়ে তেওঁক ৰখাই কালমা আবৃত্তি কৰিবলৈ কয়। তেওঁ স্থানীয় কাশ্মীৰী উচ্চাৰণত কলমা আবৃত্তি কৰিছিল, যাৰ বাবে সন্ত্ৰাসবাদীয়ে তেওঁক সন্দেহ কৰা নাছিল আৰু তেওঁলোকে তেওঁক সেই স্থানতে এৰি থৈ গৈছিল। ইয়াৰ লগে লগে তেওঁলোকে বতাহত চাৰিটা গুলীচালনা কৰিছিল। সাক্ষীগৰাকীৰ বক্তব্যৰ ভিত্তিত NIAই ঘটনাস্থলীৰ পৰা চাৰিটা খালী কাৰ্টিজো উদ্ধাৰ কৰিছে।

      সাক্ষীজনে লগতে কয় যে পাহাৰীয়া অঞ্চলটোত পাৰভেজ আহমেদ জোথাৰ আৰু বছিৰ আহমেদ নামৰ স্থানীয় দুজন লোকে সন্ত্ৰাসবাদীৰ লাগেজ চম্ভালি থকা দেখিছিল। কিছু সময়ৰ পাছত সন্ত্ৰাসবাদীয়ে লাগেজ লৈ গুচি যায়। তদন্তত পোহৰলৈ আহিছে যে সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগত ইতিমধ্যে পাৰভেজ আৰু বছিৰক গ্ৰেপ্তাৰ কৰা হৈছে।

      সূত্ৰ অনুসৰি, ২১ এপ্ৰিলৰ বিয়লি ৩:৩০ বজাত তিনিজন পাকিস্তানী সন্ত্ৰাসবাদীয়ে পাৰভেজৰ ঘৰত উপস্থিত হয়। তাত তেওঁলোকে চাৰি ঘণ্টা ধৰি সমগ্ৰ অঞ্চলটোৰ প্ৰত্যক্ষ কৰে, য’ত তেওঁলোকে নিৰাপত্তাৰ ব্যৱস্থা, পৰ্যটনস্থলী আৰু পথৰ বিষয়ে তথ্য সংগ্ৰহ কৰে।

      ইয়াৰ পূৰ্বেও সুৰংগ প্ৰকল্পত কৰ্মৰত ৭ জন শ্ৰমিকৰ হত্যাকাণ্ডৰ সৈতে জড়িত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী চুলেমান শ্বাহে এই আক্ৰমণত ভূমিকা গ্ৰহণ কৰা বুলি NIA ৰ সন্দেহ প্ৰকাশ কৰিছে।

      এতিয়া এই আক্ৰমণৰ আঁৰৰ সমগ্ৰ সন্ত্ৰাসবাদী নেটৱৰ্ক, স্থানীয় সহযোগী আৰু পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্কৰ তদন্ত কৰি আছে। ইতিমধ্যে লস্কৰ-ই-তৈবাৰ সৈতে সংযোগ নিশ্চিত কৰা হৈছে।

      Tags: kashmirpahalgamPakistan

      Related Posts

      উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ
      Top News

      উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ

      July 16, 2025
      ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?
      Top News

      ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

      July 16, 2025
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      থাইৰয়ড ৰোগীয়ে খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক এই ৫ খাদ্য, নিয়ন্ত্ৰণত থাকিব থাইৰয়ড

      July 16, 2025
      সমলিংগ ডেটিং এপেৰে ভুৱা প্ৰফাইল ব্যৱহাৰ কৰি বহুজনক প্ৰতাৰণা, গ্ৰেপ্তাৰ ৪ যুৱক

      এক ঐতিহাসিক সম্পত্তিৰ বাবে হাত মিলাবলৈ সাজু বাংলাদেশ-ভাৰত! কাৰ এই সম্পত্তি?
      Top News

      এক ঐতিহাসিক সম্পত্তিৰ বাবে হাত মিলাবলৈ সাজু বাংলাদেশ-ভাৰত! কাৰ এই সম্পত্তি?

      July 16, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 16, 2025

      শীৰ্ষ সংবাদ

      উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ

      ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

      থাইৰয়ড ৰোগীয়ে খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক এই ৫ খাদ্য, নিয়ন্ত্ৰণত থাকিব থাইৰয়ড

      সমলিংগ ডেটিং এপেৰে ভুৱা প্ৰফাইল ব্যৱহাৰ কৰি বহুজনক প্ৰতাৰণা, গ্ৰেপ্তাৰ ৪ যুৱক

      পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ প্ৰকাশ! উদযাপনৰ বাবে পাকিস্তানী সন্ত্ৰাসবাদীৰ গু*লীচা*ল*না

      এক ঐতিহাসিক সম্পত্তিৰ বাবে হাত মিলাবলৈ সাজু বাংলাদেশ-ভাৰত! কাৰ এই সম্পত্তি?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist