• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 1, 2025
28 °c
Guwahati
28 ° Mon
28 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিকিৎসালয়ৰ কৰ্মচাৰীৰ ভুল চিকিৎসাৰ অভিযোগ! আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে

    যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

    অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    বতৰৰ ভয়ংকৰ ৰূপ; নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

    নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন; চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

    নতুন পদ্ধতিৰে ঘোষণা হ’ব TCRTৰ চূড়ান্ত ফলাফল, জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতৰ ভয়ত কম্পমান পাকিস্তান, সহায় বিচাৰি হাহাকাৰ পাকিস্তানৰ

      Nation NE by Nation NE
      May 1, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভাৰতৰ ভয়ত কম্পমান পাকিস্তান, সহায় বিচাৰি হাহাকাৰ পাকিস্তানৰ
      Share on FacebookShare on TwitterWhatsApp

      পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধৰ প্ৰস্তুতিৰ বাবেই পাকিস্তান চৰকাৰৰ আতংক স্পষ্টকৈ দেখা গৈছে। বুধবাৰে নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ’ই। ভাৰতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছক সাক্ষাৎ কৰে ৰুবিঅ’ই। ফোনযোগে জয়শংকৰৰ সৈতে শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে।

      ৰুবিঅ’ই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰতৰ সৈতে কাম কৰিবলৈ আৰু প্ৰত্যক্ষ আলোচনা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে দক্ষিণ এছিয়াত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিবলৈ সকীয়নি দিয়ে।

      ইয়াৰ উপৰিও আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে শ্বাহবাজ শ্বৰীফক পৰামৰ্শ দিয়ে যে, পাকিস্তানে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিব লাগে। লগতে এনে আক্ৰমণত জড়িত সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আত্মগোপন স্থান ধ্বংস কৰিব লাগে।

      ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও ফোনযোগে যোগাযোগ কৰে ৰুবিঅ’ই। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা পৰিয়াললৈ শোক প্ৰকাশ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে। তেওঁ পুনৰ কয় যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা সদায় ভাৰতৰ সৈতে থিয় দিব।

      শ্বাহবাজ শ্বৰীফে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতি থকা অৱস্থাত দাবী কৰে যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত তেওঁ পাকিস্তানৰ চৰকাৰ বা সেনা জড়িত থকাৰ কোনো প্ৰমাণ পোৱা নাই। আনহাতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰমাণ আৰু সমৰ্থন সংগ্ৰহ কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে সেনাক নিজৰ পৰ্য্যায়ত ব্যৱস্থা গ্ৰহণৰ স্বাধীনতা প্ৰদান কৰিছে।

      পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত পুনৰ নিৰ্দোষতাৰ কথা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ। তেওঁ পুনৰ কয় যে তেওঁ স্বচ্ছ, পুংখানুপুংখ আৰু স্বতন্ত্ৰ তদন্তৰ বাবেও সাজু। আনকি শ্বাহবাজে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধত পাকিস্তানে ৯০ হাজাৰ লোকৰ প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ১৫২ বিলিয়ন ডলাৰৰ ক্ষতি হৈছে।

      Tags: AmericaForeign MinisterRubio

      Related Posts

      চিকিৎসালয়ৰ কৰ্মচাৰীৰ ভুল চিকিৎসাৰ অভিযোগ! আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে
      Top News

      June 1, 2025
      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট
      Top News

      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

      June 1, 2025
      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত
      Top News

      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত

      June 1, 2025
      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ
      Top News

      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

      June 1, 2025
      ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য! আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য

      শীৰ্ষ সংবাদ

      চিকিৎসালয়ৰ কৰ্মচাৰীৰ ভুল চিকিৎসাৰ অভিযোগ! আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে

      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত

      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

      ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য! আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -