• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ ভয়ত কম্পমান পাকিস্তান, সহায় বিচাৰি হাহাকাৰ পাকিস্তানৰ

Nation NE by Nation NE
May 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ ভয়ত কম্পমান পাকিস্তান, সহায় বিচাৰি হাহাকাৰ পাকিস্তানৰ
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধৰ প্ৰস্তুতিৰ বাবেই পাকিস্তান চৰকাৰৰ আতংক স্পষ্টকৈ দেখা গৈছে। বুধবাৰে নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ’ই। ভাৰতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছক সাক্ষাৎ কৰে ৰুবিঅ’ই। ফোনযোগে জয়শংকৰৰ সৈতে শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে।

ৰুবিঅ’ই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰতৰ সৈতে কাম কৰিবলৈ আৰু প্ৰত্যক্ষ আলোচনা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে দক্ষিণ এছিয়াত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিবলৈ সকীয়নি দিয়ে।

ইয়াৰ উপৰিও আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে শ্বাহবাজ শ্বৰীফক পৰামৰ্শ দিয়ে যে, পাকিস্তানে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিব লাগে। লগতে এনে আক্ৰমণত জড়িত সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আত্মগোপন স্থান ধ্বংস কৰিব লাগে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও ফোনযোগে যোগাযোগ কৰে ৰুবিঅ’ই। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা পৰিয়াললৈ শোক প্ৰকাশ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে। তেওঁ পুনৰ কয় যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা সদায় ভাৰতৰ সৈতে থিয় দিব।

শ্বাহবাজ শ্বৰীফে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতি থকা অৱস্থাত দাবী কৰে যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত তেওঁ পাকিস্তানৰ চৰকাৰ বা সেনা জড়িত থকাৰ কোনো প্ৰমাণ পোৱা নাই। আনহাতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰমাণ আৰু সমৰ্থন সংগ্ৰহ কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে সেনাক নিজৰ পৰ্য্যায়ত ব্যৱস্থা গ্ৰহণৰ স্বাধীনতা প্ৰদান কৰিছে।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত পুনৰ নিৰ্দোষতাৰ কথা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ। তেওঁ পুনৰ কয় যে তেওঁ স্বচ্ছ, পুংখানুপুংখ আৰু স্বতন্ত্ৰ তদন্তৰ বাবেও সাজু। আনকি শ্বাহবাজে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধত পাকিস্তানে ৯০ হাজাৰ লোকৰ প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ১৫২ বিলিয়ন ডলাৰৰ ক্ষতি হৈছে।

Tags: AmericaForeign MinisterRubio

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025