• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 9, 2025
33 °c
Guwahati
33 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…

    শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে, কেনেকৈ চিনাক্ত কৰিব পাৰিব আপুনি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?

    অসমৰ ২০খন জিলাত হ’ব মকড্ৰিল? কোকৰাঝাৰ, ধুবুৰী, দৰং, ৰঙিয়া…….জানক সবিশেষ

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    কাইলৈ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

    ৰাশিফল অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক…

    এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ২ দিনতেই আত্মসমৰ্পণ পাকিস্তানৰ, আন্ত:ৰাষ্ট্ৰীয় ঋণ ভিক্ষা

      Nation NE by Nation NE
      May 9, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতৰ সৈতে যুদ্ধ পাকিস্তানৰ বাবে এক ডাঙৰ আতংকৰ বিষয় হৈ পৰিছে। যুদ্ধৰ মাত্ৰ দুদিনতে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ যথেষ্ট অৱনতি ঘটিছে। যাৰ বাবে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় ঋণৰ ভিক্ষা বিচাৰিছে।

      ৮ এপ্ৰিলত পাকিস্তান চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অফিচিয়েল ‘X’ টুইটাৰ একাউণ্টৰ পৰা আন্তঃৰাষ্ট্ৰীয় সমাজ আৰু বিশ্ব বেংকৰ পৰা তাৎক্ষণিক ঋণ বিচাৰি এটা গুৰুত্বপূৰ্ণ টুইট পোষ্ট কৰা হয়।

      চৰকাৰী টুইটটোত কোৱা হৈছে যে, পাকিস্তান চৰকাৰে শত্ৰুপক্ষৰ বৃহৎ লোকচানৰ পিছত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ ওচৰত অধিক ঋণৰ বাবে আবেদন জনাইছে। যুদ্ধ ভয়াবহ হৈ উঠাত আৰু মজুত হ্ৰাস পোৱাৰ মাজতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক উত্তেজনা হ্ৰাস কৰাত সহায় কৰিবলৈ আহ্বান জনায়।

      পাকিস্তানৰ এই দাবীৰ পিছত সমগ্ৰ বিশ্বতে দেশখনৰ সমালোচনা হ’বলৈ আৰম্ভ হৈছে। অৱশ্যে খবৰ অনুসৰি, পাকিস্তানে তেওঁলোকৰ অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ‘X’ একাউণ্ট হেক হোৱা বুলি কয়। এই টুইটৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই বুলি তেওঁলোকে সদৰী কৰে।

      এই টুইটটোৱে স্পষ্টভাৱে ইংগিত দিয়ে যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতত পাকিস্তানে বৃহৎ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে। একে সময়তে তেওঁৰ শান্তিৰ আবেদনে দেখুৱাইছে যে ভাৰতীয় প্রতিশোধমূলক আক্রমণত তেওঁৰ সেনাবাহিনীও ভাঙি গৈছে৷ বিশ্লেষকসকলৰ মতে এই টুইটটোৱে পাকিস্তানৰ অসহায় পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিছে, য’ত মাত্ৰ দুদিনৰ ভিতৰতে পাকিস্তানে বিশ্বব্যাপী সহায় বিচাৰিছে।

      Tags: kashmirPakistanWar

      Related Posts

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

      May 9, 2025
      এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
      Top News

      ‘OPERATION SINDOOR 2.0’ সন্দৰ্ভত বিশেষ আপডেট

      May 9, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

      May 9, 2025
      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?
      Top News

      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?

      May 8, 2025
      ৰাৱালপিণ্ডিত ড্ৰ’ন আক্ৰমণৰ পিছত বাতিল PSL মেচ; বাকী খেলসমূহ অনুষ্ঠিত হ’ব…
      Top News

      ৰাৱালপিণ্ডিত ড্ৰ’ন আক্ৰমণৰ পিছত বাতিল PSL মেচ; বাকী খেলসমূহ অনুষ্ঠিত হ’ব…

      May 8, 2025
      বুধবাৰে ভাৰতীয় ফাইটাৰ জেটে যুদ্ধাভ্যাস কৰিব পাক সীমান্তত
      Top News

      ‘অপাৰেশ্যন সেন্দুৰ’: ভাৰতৰ কার্যৰ পাছত পাকিস্তানত ভয়ৰ ছাঁ, LOC ৰ গাতে লাগি থকা গাঁৱৰ লোকে জনায় পৰিস্থিতিৰ বিষয়ে…

      May 8, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP