• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
29 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’

      Nation NE by Nation NE
      May 15, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতৰ কাশ্মীৰক নিজৰ বুলি দাবী কৰা পাকিস্তানে নিজ দেশৰেই সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম হোৱা নাই। এফালে বেলুচিস্তানে দাবী উত্থাপন কৰিছে, আনফালে সিন্ধুপ্ৰদেশৰ জনসাধাৰণেও সুকীয়া দেশৰ দাবী জনাইছে।

      বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয় বুলি দাবী কৰিছে বেলুচ নেতাসকলে। বেলুচিস্তানক সুকীয়া দেশ হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা সহায় বিচাৰিছে।

      বেলুচ নেতা মিৰ য়াৰ বালোচে সামাজিক মাদ্যমত পোষ্ট কৰি কয় যে, বেলুচিস্তানৰ জনসাধাৰণে নিজৰ সিদ্ধান্ত লৈছে আৰু এতিয়া বিশ্বই মৌনতা অৱলম্বন কৰা উচিত নহয়। তেওঁ ভাৰতকে ধৰি আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা সমৰ্থন বিচাৰি আবেদন জনাইছে। তেওঁ ভাৰতীয় সংবাদ মাধ্যম, ইউটিউবাৰ আৰু বুদ্ধিজীৱীসকলক বেলুচসকলক পাকিস্তানৰ মানুহ বুলি কোৱা বন্ধ কৰিবলৈ আহ্বান জনায়।

      মিৰ ইয়াৰ বালোচে কয় যে, পাকিস্তানক দিয়া আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু ঋণ আছিল ধনৰ অপচয়। ১৯৪৭ চনৰ পৰা ২০২৫ চনলৈকে পাকিস্তানে পশ্চিম, আই এম এফ, বিশ্ব বেংকৰ পৰা কোটি কোটি টকা লাভ কৰিছে। পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ নামত আমেৰিকাৰ পৰা ধন লৈছিল যদিও এই ধনেৰে সন্ত্ৰাসবাদীক ধন দি ৫০০০ তকৈ অধিক আমেৰিকানক হত্যা কৰিছিল।

      পাক অধীকৃত কাশ্মীৰ (PoK) খালী কৰাৰ ভাৰতৰ দাবীক মিৰ য়াৰ বালোচে সম্পূৰ্ণৰূপে সমৰ্থন কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় সমাজক পাকিস্তানক এই অঞ্চল খালী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। মিৰ ইয়াৰে কয় যে ২০২৫ চনৰ ১৪ মে’ত PoK খালী কৰিবলৈ পাকিস্তানক কোৱাৰ সিদ্ধান্তক বেলুচিস্তানে সম্পূৰ্ণৰূপে সমৰ্থন কৰে। মীৰ সকীয়াই দিয়ে যে, যদি পাকিস্তানে এই দাবী নুশুনে, তেন্তে প’কবাসীক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰা পাকিস্তানী সেনাৰ জেনেৰেলসকল ঢাকাৰ দৰে ৯৩০০০ সৈনিকৰ আন এক লজ্জাজনক পৰাজয়ৰ বাবে একমাত্ৰ দায়ী হ’ব।

      Tags: BalochistanfreedomPakistan

      Related Posts

      ষড়যন্ত্ৰ! হিন্দুৰ ঘৰত মুছলমান ভোটাৰৰ নাম দেখি ক্ষুব্ধ গাঁওবাসী, নিৰ্বাচন বৰ্জনৰ ভাবুকি…
      Top News

      September 9, 2025
      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…

      September 9, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      September 9, 2025
      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      শীৰ্ষ সংবাদ

      ষড়যন্ত্ৰ! হিন্দুৰ ঘৰত মুছলমান ভোটাৰৰ নাম দেখি ক্ষুব্ধ গাঁওবাসী, নিৰ্বাচন বৰ্জনৰ ভাবুকি…

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist