• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 24, 2025
31 °c
Guwahati
26 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পেহেলগাম কাণ্ডত মৃত্যু হোৱা নৌ সেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ পৰিয়ালক অসম চৰকাৰৰ আৰ্থিক সাহায্য

    অবৈধভাৱে চলা ১৬ খন কৈ ই-ৰিক্সা বাহন জব্দ আৰক্ষীৰ

    উত্তপ্ত দুলীয়াজানৰ ৰাজপথ, তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

    শিক্ষাৰ্থী, ব্যৱসায়ীসকলৰ বাবে দিনটো কেনে যাব; জানিবলৈ পঢ়ক ৰাশিফল

    মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

    জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    প্ৰথমবাৰৰ বাবে নতুন দিল্লীত দুদিনীয়াকৈ ‘ৰাইজিং নৰ্থ-ইষ্ট: দ্য ইনভেষ্টৰ্ছ ছামিট ২০২৫’

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পাকিস্তানৰ বিৰুদ্ধে এক্সনমুডত ভাৰত, PAK বিমানৰ বাবে আকাশমাৰ্গত নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি

      Nation NE by Nation NE
      May 24, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      পাকিস্তানৰ বিৰুদ্ধে এক্সনমুডত ভাৰত, PAK বিমানৰ বাবে আকাশমাৰ্গত নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি
      Share on FacebookShare on TwitterWhatsApp

      পাকিস্তানৰ বিৰুদ্ধে কঠোৰ এক্সন ভাৰতৰ। পাকিস্তানৰ বিমান সেৱাৰ বাবে এমাহৰ NOTAM  বৃদ্ধি কৰিছে ভাৰতে। নতুন আদেশৰ অধীনত ২০২৫ চনৰ ২৩ জুনলৈকে কোনো পাকিস্তানী বিমানে ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিব নোৱাৰিব।

      অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, পাকিস্তানত পঞ্জীয়নভুক্ত এচিএফটি আৰু সামৰিক বিমানকে ধৰি পাকিস্তানী বিমান সংস্থা বা অপাৰেটৰৰ দ্বাৰা পৰিচালিত বা লিজত লোৱা এচিএফটিৰ বাবে ভাৰতীয় আকাশমাৰ্গ অনুমোদিত নহয়।

      পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ৩০ এপ্ৰিলত পাকিস্তানী বিমান সেৱাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল। এই নিষেধাজ্ঞা পাকিস্তানী বিমান সংস্থা আৰু সামৰিক বিমান সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য। ইয়াৰ পিছত পাকিস্তানৰ আন কোনো বিমানেই ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়।

      পাকিস্তানেও শুকুৰবাৰে ২৪ জুনলৈকে ভাৰতীয় বিমান সংস্থাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল। এই সিদ্ধান্ত লোৱা হৈছিল যেতিয়া ভাৰতীয় বিমান সংস্থা ইণ্ডিগো বিমানখন দিল্লীৰ পৰা শ্ৰীনগৰলৈ গৈ আছিল আৰু ধুমুহাত আবদ্ধ হৈ পৰিছিল। এই কঠিন পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পাইলটজনে পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশৰ অনুমতি বিচাৰিছিল। কিন্তু পাকিস্তানে ইয়াক অস্বীকাৰ কৰে।

      ২২০ জনতকৈ অধিক লোক কঢ়িয়াই অনা বিমানখনত শিলাবৃষ্টিৰ খুন্দাত বৃহৎ সমস্যাৰ সৃষ্টি হয়। যদিও পাইলটে নিজ বুদ্ধিৰে সকলো যাত্ৰীৰ বাবে বিমানখন নিৰাপদে অৱতৰণ কৰিছিল, তথাপিও বিমানখনৰ ‘নাক ৰেড’ম’ৰ ক্ষতিসাধন হৈছিল।

      পাকিস্তানে ভাবিছিল যে ভাৰতে ইয়াৰফলত পাকিস্তানৰ বাবে আকাশমাৰ্গ মুকলি কৰিব কিন্তু নিজৰ কঠোৰ স্থিতি বজাই ৰাখি ভাৰতে পাকিস্তানৰ বাবে আকাশমাৰ্গৰ নিষেধাজ্ঞা ২৩ জুনলৈকে বৃদ্ধি কৰিছে।

      Tags: FlightIndiaPakistan

      Related Posts

      হাস্পতালত ভৰ্তি হৈ থকা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপালৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট দাখিল
      Top News

      হাস্পতালত ভৰ্তি হৈ থকা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপালৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট দাখিল

      May 24, 2025
      পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা সহদেৱক গ্ৰেপ্তাৰ ATSৰ
      Top News

      পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা সহদেৱক গ্ৰেপ্তাৰ ATSৰ

      May 24, 2025
      ৰোহিত শৰ্মাৰ উত্তৰসূৰী শুভমন গীল; ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টেষ্ট দল ঘোষণা

      ভুক্তভোগীলৈ ফুল দি বিবাহৰ প্ৰস্তাৱ, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে শাস্তি
      Top News

      বিয়াৰ মণ্ডপতে উঠাই নিলে দৰাক, লাগিল হুৱা-দূৱা

      May 24, 2025
      অপকৰ্মৰ গোচৰত জামিন লাভৰ পিছতেই উলিয়ালে ৰোড শ্ব’, ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰি পুনৰ জেলত ভৰালে আৰক্ষীয়ে

      ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?
      Top News

      পুনৰ ড’নাল্ড ট্ৰাম্পে দিলে ভাবুকি, ভাৰতত নিৰ্মাণ কৰিব নোৱাৰিব iPhone

      May 24, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist