• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানলৈ মোক্ষম আঘাত! ১২ লাখ লোকৰ পলায়ন অন্য স্থানলৈ…

Nation NE by Nation NE
August 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পাকিস্তানলৈ মোক্ষম আঘাত! ১২ লাখ লোকৰ পলায়ন অন্য স্থানলৈ…
Share on FacebookShare on TwitterWhatsApp

বিপদত পৰিছে প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান। ভাৰতে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ বাবে এতিয়া পানীৰ অভাৱত দিন কটাইছে একাংশ পাকিস্তানী নাগৰিকে। পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰত সিন্ধু জলচুক্তি স্থগিত ৰাখিছিল।যাৰ বাবে এতিয়া সিন্ধু ব-দ্বীপৰ পৰা প্ৰায় ১২ লাখ লোকে অন্য স্থানলৈ পলায়ন কৰিছে।

আনহাতে সিন্ধু ব-দ্বীপৰ প্ৰায় ৪০খন গাঁৱত মৰুভূমিময় পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে, পাকিস্তানৰ সিন্ধু প্ৰদেশৰ দক্ষিণ অঞ্চলত আৰৱ সাগৰৰ উপকূলকীয় সিন্ধু ব-দ্বীপত বসৱাস কৰা লোকসকল খেতি-বাতিৰ সৈতে জড়িত আছিল।লগতে মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলেও এই স্থানত উপাৰ্জনৰ বাট মোকলাই আহিছিল।

উল্লেখ্য যে, তিব্বতৰ পৰা আৰম্ভ হোৱা সিন্ধু নদী পাকিস্তানলৈ বৈ যোৱাৰ পূৰ্বে কাশ্মীৰেৰে বৈ যায়। কিন্তু জলচুক্তি স্থগিত ৰখাৰ বাবে সিন্ধু ব-দ্বীপৰ পৰা ৮০% পানী বহন প্ৰক্ৰিয়া ব্যাহত হোৱাত এতিয়া পাকিস্তানত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। যাৰ বাবে এতিয়া সিন্ধু ব-দ্বীপৰ পৰা প্ৰায় ১২ লাখ লোকে অন্য স্থানলৈ পলায়ন কৰিছে।

Tags: PakistanSindhu Water TreatyWater scarcity

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025