• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জানো আহক পাকিস্তানৰ আটাইতকৈ ধনী খেলুৱৈগৰাকী কোন?

Nation NE by Nation NE
February 7, 2025
in Top News, ক্ৰীড়া
0 0
জানো আহক পাকিস্তানৰ আটাইতকৈ ধনী খেলুৱৈগৰাকী কোন?
Share on FacebookShare on TwitterWhatsApp

১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। পাকিস্তানে আন ৭টা দলৰ পিছত শেষবাৰৰ বাবে নিজৰ দল ঘোষণা কৰে। ইয়াত ১৫ জন খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছে।

মহম্মদ ৰিজৱানে এই দলটোৰ নেতৃত্ব দিব। চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে এই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত পাকিস্তান দলৰ আটাইতকৈ ধনী খেলুৱৈগৰাকীৰ বিষয়ে জানো আহক-

মহম্মদ ৰিজৱান চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান দলৰ অধিনায়ক যদিও তাৰকা বেটছমেন বাবৰ আজম তেওঁৰ তুলনাত অধিক ধনী। বাবৰ আজমৰ সম্পত্তি ৪৩ কোটি টকা।

একে সময়তে দলৰ অধিনায়ক ৰিজৱানৰ সম্পত্তিৰ পৰিমাণ ৪০ কোটি টকা।তাৰকা বেটছমেন আৰু বিস্ফোৰক অ’পেনাৰ ফখৰ জামানৰ মুঠ সম্পত্তি ১৭ কোটি টকা বুলি কোৱা হৈছে।

আনহাতে, মিডল অৰ্ডাৰ বেটছমেন কামৰাণ গুলামৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০ লাখ ডলাৰ (৫ কোটি)। সাউদ শ্বাকিলৰ মুঠ সম্পত্তি ৮ৰ পৰা ১০ কোটি টকাৰ ভিতৰত। তায়াব তাহিৰৰ সম্পত্তিৰ কথা ক’বলৈ গ’লে তেওঁৰ হাতত আছে ৩২ কোটি টকাৰ সম্পত্তি।

ফহীম আশ্ৰফৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮ কোটি টকা। খুছদিল শ্বাহৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫.৬৯ কোটি টকা।পাকিস্তানৰ স্পিনাৰ আব্ৰাৰ আহমেদৰ সম্পত্তিৰ পৰিমাণ ১০ লাখ মাৰ্কিন ডলাৰ।

পাকিস্তানী দলৰ তাৰকা বেগী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদিৰ সম্পত্তিৰ পৰিমাণ চালে তেওঁ বৰ্তমানৰ পাকিস্তান দলৰ অন্যতম ধনী খেলুৱৈ। তেওঁৰ সম্পত্তি ৫৫ কোটিতকৈও অধিক।

Tags: #cricketPakistanSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025