• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন

Nation NE by Nation NE
August 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন
Share on FacebookShare on TwitterWhatsApp

আজি অৰ্থাৎ ১৪ আগষ্টত পাকিস্তানে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত কৰাচী চহৰৰ সুখ শোকলৈ পৰিণত হ’ল। স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনাত তিনিজনকৈ লোক নিহত হয়। য’ত আছিল এগৰাকী ৮ বছৰীয়া কিশোৰী আৰু এগৰাকী জ্যেষ্ঠ নাগৰিক।

স্থানীয় সংবাদ মাধ্যমৰ মতে, আজিজাবাদত যেতিয়া এটি কণমানিয়ে ৰাজপথত খোজ কাঢ়ি গৈ আছিল, তেতিয়াই গুলীচালনাত মৃত্যুক সাৱটি ল’ব লগা হয়। কোৰাংগীত ষ্টিফেন নামৰ এজন ব্যক্তিৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।

স্থানীয় আৰক্ষীৰ মতে, কৰাচীৰ বহু অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ ভিতৰত মূলতঃ লিয়াকুৱাতাবাদ, কোৰংগী, লিয়াৰী, মাহমুদাবাদ, আখতাৰ কলনী, কেমাৰী, জেকচন, বলদিয়া, ওৰঙী টাউন আৰু পাপোছ নগৰ আদি অঞ্চল। একে সময়তে শ্বৰীফাবাদ, উত্তৰ নাজিমাবাদ, সুৰজানি টাউন, জামান টাউন, লান্ধী আদি অঞ্চলসমূহো ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।

এই গুলীচালনাত আহত লোকসকলক চিভিল, জিন্না আৰু আব্বাছি শ্বহীদ চিকিৎসালয়ৰ লগতে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰি বিভিন্ন অঞ্চলৰ পৰা ২০ জনতকৈ অধিক সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু বহুতো গুলী।

আৰক্ষীয়ে জনাইছে যে, এই আকাশী গুলীচালনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়ত প্ৰতি বছৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা। ২০২৪ চনতো এনে ঘটনা পোহৰলৈ আহিছিল।ইয়াত এটা শিশুৰ মৃত্যু হোৱাৰ লগতে ৯৫ জনতকৈ অধিক লোক আহত হৈছিল।

তথ্য অনুসৰি ২০২৪ চনৰ জানুৱাৰী মাহত সমগ্ৰ কৰাচী চহৰত গুলীচালনাৰ বিভিন্ন কাণ্ডত কমেও ৪২ জন লোকৰ মৃত্যু হৈছে।এই কাণ্ডসমূহত ২৩৩ জন লোক আহত হৈছে।

Tags: FiringIndependence dayPakistan

Related Posts

‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025