• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন

Nation NE by Nation NE
August 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন
Share on FacebookShare on TwitterWhatsApp

আজি অৰ্থাৎ ১৪ আগষ্টত পাকিস্তানে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত কৰাচী চহৰৰ সুখ শোকলৈ পৰিণত হ’ল। স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনাত তিনিজনকৈ লোক নিহত হয়। য’ত আছিল এগৰাকী ৮ বছৰীয়া কিশোৰী আৰু এগৰাকী জ্যেষ্ঠ নাগৰিক।

স্থানীয় সংবাদ মাধ্যমৰ মতে, আজিজাবাদত যেতিয়া এটি কণমানিয়ে ৰাজপথত খোজ কাঢ়ি গৈ আছিল, তেতিয়াই গুলীচালনাত মৃত্যুক সাৱটি ল’ব লগা হয়। কোৰাংগীত ষ্টিফেন নামৰ এজন ব্যক্তিৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।

স্থানীয় আৰক্ষীৰ মতে, কৰাচীৰ বহু অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ ভিতৰত মূলতঃ লিয়াকুৱাতাবাদ, কোৰংগী, লিয়াৰী, মাহমুদাবাদ, আখতাৰ কলনী, কেমাৰী, জেকচন, বলদিয়া, ওৰঙী টাউন আৰু পাপোছ নগৰ আদি অঞ্চল। একে সময়তে শ্বৰীফাবাদ, উত্তৰ নাজিমাবাদ, সুৰজানি টাউন, জামান টাউন, লান্ধী আদি অঞ্চলসমূহো ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।

এই গুলীচালনাত আহত লোকসকলক চিভিল, জিন্না আৰু আব্বাছি শ্বহীদ চিকিৎসালয়ৰ লগতে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰি বিভিন্ন অঞ্চলৰ পৰা ২০ জনতকৈ অধিক সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু বহুতো গুলী।

আৰক্ষীয়ে জনাইছে যে, এই আকাশী গুলীচালনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়ত প্ৰতি বছৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা। ২০২৪ চনতো এনে ঘটনা পোহৰলৈ আহিছিল।ইয়াত এটা শিশুৰ মৃত্যু হোৱাৰ লগতে ৯৫ জনতকৈ অধিক লোক আহত হৈছিল।

তথ্য অনুসৰি ২০২৪ চনৰ জানুৱাৰী মাহত সমগ্ৰ কৰাচী চহৰত গুলীচালনাৰ বিভিন্ন কাণ্ডত কমেও ৪২ জন লোকৰ মৃত্যু হৈছে।এই কাণ্ডসমূহত ২৩৩ জন লোক আহত হৈছে।

Tags: FiringIndependence dayPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025