• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

খাদ্যৰ নাটনিৰ সন্মুখীন পাকিস্তান! ২০ কেজিত আটাত ১৮০০ টকা, জানক এই ডাঙৰ দুৰ্যোগৰ কাৰণ…

Nation NE by Nation NE
September 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
খাদ্যৰ নাটনিৰ সন্মুখীন পাকিস্তান! ২০ কেজিত আটাত ১৮০০ টকা, জানক এই ডাঙৰ দুৰ্যোগৰ কাৰণ…
Share on FacebookShare on TwitterWhatsApp

পঞ্জাৱ হৈছে পাকিস্তানৰ সৰ্ববৃহৎ ঘেঁহু উৎপাদনকাৰী অঞ্চল। দেশৰ প্ৰায় ৮০ শতাংশ ঘেঁহু ইয়াৰ পৰাই আহে। সম্প্ৰতি পঞ্জাৱৰ পৰা ঘেঁহু অনাৰ ক্ষেত্ৰত অনিৰ্দিষ্টকালীন নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ ফলত সিন্ধ, বেলুচিস্তান, খাইবাৰ পখতুনখোৱা আদি অঞ্চলত আটাৰ ভয়াৱহ নাটনি হৈছে।

ইফালে পঞ্জাৱ চৰকাৰে কয় যে, এনেধৰণৰ কোনো চৰকাৰী বাধা আৰোপ কৰা হোৱা নাই। বিষয়াসকলে দাবী কৰে যে কেৱল অস্বাভাৱিক গতিবিধি নিৰীক্ষণৰ বাবেহে চেকপইণ্ট স্থাপন কৰা হৈছে, কিন্তু বাস্তৱত ঘেঁহু আৰু আটা কঢ়িয়াই অনা ট্ৰাকসমূহ চেকপইণ্টত ৰখাই দিয়া হৈছে, আৰু কেইবাখনো বাহন জব্দ কৰা হৈছে। আন আন প্ৰদেশসমূহে অভিযোগ কৰে যে এই নীতিয়ে সংবিধানৰ ১৫১ নং অনুচ্ছেদ উলংঘা কৰে, যিয়ে সমগ্ৰ দেশতে মুক্ত বাণিজ্যৰ নিশ্চয়তা প্ৰদান কৰে।

এক প্ৰতিবেদন অনুসৰি, সিন্ধ আৰু খাইবাৰ পখতুনখোৱাই পঞ্জাৱৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে। অল পাকিস্তান ফ্লাৱাৰ মিলছ এছ’চিয়েশ্যনে এই সিদ্ধান্ত অসাংবিধানিক আৰু জাতীয় ঐক্যৰ বিৰোধী বুলি উল্লেখ কৰিছে। খাইবাৰ পখতুনখোৱাৰ ৰাজ্যপাল ফৈছাল কৰিম কুণ্ডীয়ে ইয়াক জাতীয় ঐক্যৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰিছে। খাইবাৰ পাখতুনখোৱা বিধানসভাইও ইয়াক গৰিহণা দি এক প্ৰস্তাৱ গৃহীত কৰিছে।

২০ কিলোগ্ৰামৰ আটাৰ বস্তা এটাৰ দাম পঞ্জাৱত প্ৰায় ১৮০০ টকা, আনহাতে একে বস্তা খাইবাৰ পখতুনখোৱাত ২৮০০ টকাত বিক্ৰী কৰা হৈছে। ইয়াৰ ফলত মূল্য ৬৮ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ফলত সাধাৰণ জনতাৰ ওপৰত মুদ্ৰাস্ফীতিৰ বোজা আৰু অধিক বৃদ্ধি পাইছে। চৰকাৰৰ নীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে। ইতিমধ্যে মুদ্ৰাস্ফীতিৰ তলত লৰচৰ কৰি আছে পাকিস্তান। অর্থনৈতিক পৰিস্থিতিৰ অৱনতি ঘটাৰ বাবে দৈনন্দিন সামগ্রী অতি দামী হৈ পৰিছে৷ ভাৰতত আটাৰ দাম বিবেচনা কৰিলে বৰ্তমান ১ কুইণ্টল (১০০ কিলোগ্ৰাম) আটাৰ পাইকাৰী মূল্য ২,৯০০ টকা। অৱশ্যে কিলোগ্ৰামৰ ওপৰত নিৰ্ভৰ কৰি খুচুৰা মূল্য অধিক হ’ব।

পাকিস্তানী ৱেবছাইটৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তানত বৰ্তমান এক কিলোগ্ৰাম দাইলৰ মূল্য প্ৰতি কিলোগ্ৰামত ৩০০ টকাতকৈ অধিক। উদাহৰণ স্বৰূপে চানা দাইলৰ দাম প্ৰতি কিলোগ্ৰামত ৩৬০ পাকিস্তানী টকা। মুগ দাইলৰ মূল্য প্ৰতি কিলোগ্ৰাম ৫১০ টকা। মচুৰ দাইলৰ মূল্য প্ৰতি কিলোগ্ৰাম ৩৬০ টকা।

Tags: crisisfoodPakistanshortage

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025