• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

Nation NE by Nation NE
December 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…
Share on FacebookShare on TwitterWhatsApp

সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ বাবে বিশ্বজুৰি কুখ্যাত পাকিস্তানে পুনৰবাৰ সংঘটিত কৰিলে এক ঘৃণনীয় কাণ্ড। অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনৰ উচটনিমূলক বক্তব্যক সমৰ্থন পাকিস্তান বৈদেশিক মন্ত্ৰালয়ৰ।

বলপূৰ্বকভাৱে আনৰ মাটি দখল কৰাটো চীনৰ এক দীৰ্ঘদিনীয়া প্ৰথা। সেই কামত ব্যৰ্থ হ’লেও নিজৰ বুলি দাবী কৰিয়েই থাকে। চীনে টাইৱানৰ সৈতে একে কাম কৰিবলৈ চেষ্টা কৰি আহিছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, পাকিস্তানে অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনৰ বক্তব্য লক্ষ্য কৰিছে। চীনৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ সৈতে জড়িত বিষয়ত পাকিস্তানে চীনক সমৰ্থন কৰি যাব। শেহতীয়াকৈ চীনে স্বেচ্ছাচাৰীভাৱে অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলাক আটক কৰি ৰখাৰ ফলত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। চীনে মহিলাগৰাকীৰ পাছপ’ৰ্ট অবৈধ বুলি ঘোষণা কৰে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে উল্লেখ কৰে যে জাংনান (অৰুণাচল প্ৰদেশ) চীনৰ অংশ। তেওঁ উল্লেখ কৰে যে, ভাৰতে অবৈধভাৱে সংলগ্ন কৰা অৰুণাচল প্ৰদেশক চীনে কেতিয়াও স্বীকৃতি দিয়া নাই। ভাৰতে চীনৰ প্ৰতি কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মহিলাগৰাকীৰ বৈধ পাছপ’ৰ্ট আছে আৰু তেওঁ জাপানলৈ আগন্তুক যাত্ৰাৰ বাবে চাংহাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৰাওনা হৈছে।

ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে উল্লেখ কৰে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু এয়া এক স্বতঃস্ফূৰ্ত সত্য। চীনৰ পক্ষই যিমানেই অস্বীকাৰ কৰিবলৈ চেষ্টা নকৰক কিয়, এই অনস্বীকাৰ্য বাস্তৱতা সলনি নহ’ব৷ তেওঁ কয়, “চীনা পক্ষৰ সৈতে আটক কৰাৰ বিষয়টো তীব্ৰভাৱে উত্থাপন কৰা হৈছে। চীনৰ বিষয়াসকলে এতিয়াও তেওঁলোকৰ এই কাৰ্য্যৰ ব্যাখ্যা দিব পৰা নাই, যিয়ে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা নিয়ন্ত্ৰণ কৰা কেইবাটাও চুক্তি উলংঘা কৰিছে।”

পাকিস্তানৰ এই আনুষ্ঠানিক বক্তব্য এনে সময়ত প্ৰকাশ কৰিছে যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছিল। ভাৰত আৰু ৰাছিয়াৰ যৌথ বিবৃতিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইজনে সিজনক সমৰ্থন কৰিবলৈ সন্মত হয়। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ অপাৰেচন সিন্দুৰক ৰাছিয়াই সমৰ্থন কৰিছিল।

অৰুণাচল প্ৰদেশ ভাৰতৰ উত্তৰ-পূবত অৱস্থিত। ইয়াৰ সীমা ভূটান, চীন, আৰু ম্যানমাৰ। চীনৰ পৰিস্থিতি এনেকুৱা যে কেৱল অৰুণাচল প্ৰদেশেই নহয় সমগ্ৰ জম্মু-কাশ্মীৰকো নিজৰ মানচিত্ৰত নিজৰ অংশ হিচাপে ঘোষণা কৰিছে। বেইজিঙত অনুষ্ঠিত দ্বিতীয়খন বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই) শীৰ্ষ সন্মিলনত চীনে জম্মু-কাশ্মীৰ আৰু অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ হিচাপে চিত্ৰিত কৰিছিল। শেহতীয়াকৈ চীনে অৰুণাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰক ভাৰতৰ অংশ হিচাপে দেখুওৱা প্ৰায় ৩০ হাজাৰ মানচিত্ৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছে।

Tags: ChinaIndiaPakistanRussia

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025